বাৰ্তা:ফুল
পৰিভাষা[সম্পাদনা কৰক]
- torus,receptacle = পুষ্পাক্ষ
- flowering stem = পুষ্পকাণ্ড
- pedicel=পেডিক'ল
- vector=বাহক
- peduncle = ঠাৰি বা বৃন্ত
- bilateral symmetry=দ্বিপাৰ্শীক সমমিতি
- radial symmetry=তীৰ্যক সমমিতি
- angiosperms, flowering plant = এনজিঅ'স্পাৰ্ম, সপুষ্পক উদ্ভিদ
- megaspores,egg=স্ত্ৰীজননকোষ, ডিম্ব, স্ত্ৰীৰেণু
- microspores,sperm=পুংজননকোষ, পুংৰেণু
- outcross=ইতৰ পৰাগন
- selfing=স্ব পৰাগন
- sporangia=ৰেণুধানী
- diaspores=ডাইস্প'ৰ
- gametophyte=জননকোষ
- Vegetative part=ভেজেটেটিভ অংশ
- Reproductive part=প্ৰজনন অংশ
- Calyx=বৃতি মণ্ডল
- Corolla=দল মণ্ডল
- Androecium=পুং স্তৱক
- Gynoecium=স্ত্ৰী স্তৱক
- Perianth=পেৰিন্থ
- sepal=বেটুপাত, বৃতি
- bud=মুকুল
- petal=পাহী, দল
- pollination=পৰাগ সংযোগ
- stamen=পুংকেশৰ
- filament=পুংদণ্ড
- anther=পৰাগ ধানী
- pollen grain,pollen=পৰাগ ৰেণু, পৰাগ, পৰাগ কোষ
- meiosis=মিঅ'চিছ
- disperse=সঞ্চাৰণ, বিস্তাৰণ
- carpel,pistil=গৰ্ভ কেশৰ
- ovary=গৰ্ভাশয় বা ডিম্বাশয়
- ovule=ডিম্বক
- style=গৰ্ভমূণ্ড
- stigma=গৰ্ভ দণ্ড
- pollen tube=পৰাগ নলী
- hypogynous=হাইপ'গাইনাছ
- perigynous=পেৰিগাইনাছ
- epigynous=এপিগাইনাছ
- connate=কন্নেট
- adnate=এডনেট
- actinomorphic=একটিনমৰফিক
- zygomorphic=জাইগমৰফিক
- inflorescence=পুষ্পবিন্যাস
- stem=কাণ্ড
- modification=উপান্তৰণ
- bract=সহপত্ৰ
- floral formula=পুষ্প সংকেট
- floral diagrams=পুষ্প চিত্ৰ
- meristem=ভাজক কলা
- continuum=ধাৰাবাহিক অনুক্ৰম
- Perennial=বাৰমহীয়া
- biennial=দ্বৈবাৰ্ষিক
- vernalization=শীত নিদ্ৰা
- florigen=ফ্লৰিজেন
- heterosporous=বিষম ৰেণুপ্ৰসূ
- microsporangia=পুং ধানী
- megasporangia=স্ত্ৰী ধানী
- hermaphroditic=হাৰ্মাফ্ৰ'ডিটিক
- monoecious=মন'এচিয়াছ
- dioecious=ডায়েচিয়াছ
- nectar=মধু গ্ৰন্থি