বাৰ্তা:বিনয় পাঠক
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 1 মাহ পূৰ্বে by যদুমণি in topic অনুবাদ সম্পৰ্কে
|
|
This article was created as part of Wikipedia Asian Month 2025 online edit-a-thon. |
|
অনুবাদ সম্পৰ্কে
[সম্পাদনা কৰক]@যদুমণি, ইংৰাজী বা আন ভাষাৰ ৱিকিপিডিয়াত নথকা তথা ৱিকি শৈলীৰ ভিতৰত নপৰা AI-ৰ দ্বাৰা সৃষ্টি কৰা অনুচ্ছেদ আঁতৰাই দিয়া হ'ল। আগৰ পৰাই এই প্ৰবন্ধটো প্ৰায় সকলো ঠিকেই আছে। কেবল ফিল্ম'গ্ৰাফী বা চলচ্চিত্ৰপঞ্জী অংশটো যোগ কৰিবলগীয়া আছে। চলচ্চিত্ৰপঞ্জীৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ নাম আদি অসমীয়া লিপিৰে লিখিব লাগে। চলচ্চিত্ৰপঞ্জী যোগ কৰিব বুলি আশা ৰাখিলোঁ। — কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 18:09, 18 April 2026 (ইউ.টি.চি.)
- ধন্যবাদ @Kandarpajit Kallol, আসোঁৱাহবোৰ আঙুলিয়াই দিয়াৰ বাবে । যদুমণি (বাৰ্তা) 04:27, 19 April 2026 (ইউ.টি.চি.)