সমললৈ যাওক

বাৰ্তা:ভগৱান মৰল

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সম্পাদনাৰ প্রয়োজন

[সম্পাদনা কৰক]

কোনোবাই "তথ্য সংযোগ" বিভাগত ফেচবুকৰ এটা লিখনি আনি সুমুৱাই থৈছে। লিখনীটো ঠিকেই আছে, কোনোবাই সামান্য কষ্ট কৰি কথাখিনি সঠিক স্থানত লগাই দিলেই হয়। ফেচবুকৰ লিংকটো তলত দিলোঁ, ভগৱান মৰলৰ কোনো বংশধৰে লিখা লিখনী।

https://www.facebook.com/share/p/164Fd2AKSB/

প্ৰভাকৰ শৰ্মা নেওগ (বাৰ্তা) 14:26, 29 April 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

ফেচবুকৰ লেখাক তথ্যসূত্ৰ হিচাপে প্ৰয়োগ কৰিব নোৱাৰি নিশ্চয়। Pranamikaadhikary (বাৰ্তা) 17:36, 29 April 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
মই ফেচবুকৰ কথা তথ্য়সূত্ৰ হিচাবে ব্য়ৱহাৰ কৰাৰ কথা কোৱা নাই, লিখাটোৰ যিখিনি কথাৰ সত্য়তাত কোনো সন্দেহ নথকাকৈ, কোনেও প্ৰত্য়াহ্ৱান জনোৱাৰ শংকা নথকা কথা, সেইখিনিহে অনাৰ কথা কৈছোঁ। বহুত কথা, যিবোৰ শুদ্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তেনে কথাও ভৱিষ্য়তে কোনোবাই তথ্য়সূত্ৰ যোগ কৰিব বুলি আশা কৰিও প্ৰৱন্ধ এটাত সুমুৱাই ৰাখিব পৰা যায়। বহুত প্ৰৱন্ধত এনে অনেক উদাহৰণ আছে।
মূল উদ্দেশ্য়: যথাসম্ভৱ শুদ্ধতাৰে প্ৰৱন্ধটোৰ তথ্য়সম্ভাৰ বৃদ্ধি কৰা।
প্ৰভাকৰ শৰ্মা নেওগ (বাৰ্তা) 07:29, 5 July 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক