বাৰ্তা:ভাৰতৰ জাতীয় পতাকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰৱন্ধটো পাছৰ ফালে বাংলা হৈ আছে দেখোন ?দ্বিজেন মহন্ত (talk) 16:06, 24 জুন 2012 (UTC)

ভাল প্ৰবন্ধ[সম্পাদনা কৰক]

প্ৰবন্ধটোৰ বানান, ব্যাকৰণবোৰ এবাৰ চোৱাৰ পাছত ভাল প্ৰবন্ধৰ শ্ৰেণীত অন্তৰ্ভূক্ত কৰিবলৈ প্ৰস্তাৱ ৰাখিলোঁ। Ani ttbr (talk) 18:03, 16 জানুৱাৰী 2013 (UTC)

তাৰ আগতে অন্ততঃ প্ৰথম পৰিচ্ছেদটোৰ লিংকবোৰ নীলা কৰিব লাগিব। — গীতাৰ্থ বৰদলৈ (talk) 18:10, 16 জানুৱাৰী 2013 (UTC)

ইংৰাজী শব্দ[সম্পাদনা কৰক]

দিল্লী হাইকোৰ্ট, চুপ্ৰিম ক’ৰ্ট আদি লিংক কৰি ৰখা বা আন কিছুমান শব্দও অসমীয়াত লিখিলে ভাল হ'ব নেকি? Anjal Borah (talk) 07:08, 17 জানুৱাৰী 2013 (UTC)