সমললৈ যাওক

বাৰ্তা:মলয়া গোস্বামী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মলয়া গোস্বামীৰ ছবিৰ ক্ৰম

[সম্পাদনা কৰক]

'সৰৱজান' ছবিখন যদি ১৯৮৫ চনত নিৰ্মান হৈছিল, তেন্তে 'অগ্নিস্নান' মলয়া গোস্বামীৰ দ্বিতীয় ছবি হ'ব লাগে। ৰিলিজ পাছত হৈছিল নেকি? উদ্দীপতালুকদাৰ 16:23, 10 ফেব্ৰুৱাৰী 2012 (UTC)

কথাটো মই চিন্তা কৰিছিলো। কিন্তু উৱাদিহ নাপালো। তথ্যসূত্ৰত চাবচোন আপুনি। পাৰে যদি শুদ্ধ কৰি দিবচোন। ‍‍‍‍বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:32, 10 ফেব্ৰুৱাৰী 2012 (UTC)‍‍‍‍
সৰৱজান-ৰ উৎসটো কি আছিল?

ফিৰিঙতিৰ নিৰ্মান কাল

[সম্পাদনা কৰক]

ফিৰিঙতি ১৯৯১ চনত মুক্তি পাইছিল। কাৰণ ১৯৯২ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ১৯৯১ চনৰ ছবিসমূহৰ বাবেহে দিয়া হয়। মই শুদ্ধ কৰি দিছোঁ। আৰু উৎস একেবাৰে গুৰিতে পাইছোঁ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ পুস্তিকা। লিংকটো প্ৰৱন্ধটোতে লগাই দিছোঁ। উদ্দীপতালুকদাৰ 16:37, 10 ফেব্ৰুৱাৰী 2012 (UTC)