বাৰ্তা:মানুষী ছিল্লাৰ
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 1 বছৰৰ পূৰ্বে by অজয় দাস in topic শিৰোনাম
| এই পৃষ্ঠাখন মানুষী ছিল্লাৰ-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
|---|---|---|---|
|
|
||
শিৰোনাম
[সম্পাদনা কৰক]শিৰোনামত চিল্লৰ নহয়, বৰং ছিল্লৰ হব। ইয়াত চাওক— छिल्लर, ইয়াত চ আছে। Chillar হ'লে চ ধৰা যেত, কিন্তু Chhillar ছ দিয়েই আৰম্ভ হ'ব। এটি নিউজ পোর্টালৰ লিংকো দিছোঁ— [1] वेनजेन्स • वार्ता 22:27, 11 जनवरी 2025 (UTC)
- @Nahian: অসমীয়া উচ্চাৰণ বাংলা বা হিন্দীৰ দৰে নহয়। অসমীয়াত 'চ' আৰু 'ছ'ৰ উচ্চাৰণৰ বিশেষ পাৰ্থক্য নাই। সেয়ে চিল্লাৰ বা ছিল্লাৰ দুয়োটায়ে ব্যৱহাৰ কৰিব পাৰি। ৱিকিৰ প্ৰচলিত নামৰ নীতি অনুসৰি চিল্লাৰ ৰখা হৈছিল। ইয়াৰ সপক্ষে থকা কিছুমান উৎস হৈছে:
সেইদৰে ছিল্লাৰ সম্পৰ্কীয় উৎসয়ো আছে, সংখ্যাত তাকৰ। শুভেচ্ছাৰে- অজয় কথা-বতৰা 07:16, 12 January 2025 (ইউ.টি.চি.)
- @অজয় দাস মই মোৰ মতামত ব্যক্ত কৰিছোঁ, ৱিকিপিডিয়াত আমি দুটাকৈ নামকৰণ পদ্ধতি অনুসৰণ কৰিব পাৰোঁ — প্ৰতীবৰ্ণীকৰণ অথবা COMMONNAME। মই ইয়াত অনুসৰণ কৰিছোঁ ব্যক্তিজনে নিজকে কেনেদৰে প্ৰকাশ কৰে। অসমীয়াত চ আৰু ছ ওচৰপাজৰ হ’লেও স্পষ্টতাৰ বাবে মই ছৰ পক্ষে মতামত দিছোঁ। ইয়াত এটি ভিডিঅ' দিয়া হৈছে য'ত মানুষীয়ে নিজৰ নাম উপাধি সহ উচ্চাৰণ কৰে— YouTube Nahian (বাৰ্তা) 09:04, 12 January 2025 (ইউ.টি.চি.)
- @Nahian: তেখেতে নিজৰ নাম যি ধৰণে উচ্চাৰণ কৰে সেয়া অসমীয়াত লিখিবলৈ কোনো বৰ্ণয়ে নাই! উচ্চাৰণৰ দিশৰ পৰা চ আৰু ছ একে। অসমীয়া আখৰ জোঁটনিৰ নিয়ম অনুসৰি 'চ'ৰ ব্যৱহাৰ 'ছ'তকৈ বহুত বেছি। আপুনি খুব সম্ভৱ অসমীয়া উচ্চাৰণ সম্বন্ধে জ্ঞাত নহয়। উচ্চাৰণৰ ক্ষেত্ৰত মূল হিন্দীৰ সৈতে চিল্লাৰ বা ছিল্লাৰ দুয়োটায়ে সমানে ওচৰ চপা। কোনটো ব্যৱহাৰ কৰিব লাগিব তাৰো কোনো ধৰা বন্ধা নিয়ম নাই। দুয়োটায়ে শুদ্ধ।- অজয় কথা-বতৰা 12:16, 12 January 2025 (ইউ.টি.চি.)
- ↑ অক্ষয়ের পৃথ্বীরাজ-এ সংযুক্তার ভূমিকায় প্রাক্তন বিশ্বসুন্দরী মানুষী ছিল্লার, শেয়ার করলেন ফার্স্ট লুক