বাৰ্তা:মাহছুৰী
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 4 মাহ পূৰ্বে by Dipankar Das in topic শিৰোনাম সলনি
|
|
This article was created as part of Feminism and Folklore 2025 online edit-a-thon. |
|
শিৰোনাম সলনি
[সম্পাদনা কৰক]@Dipankar Das যিকোনো প্ৰবন্ধৰ শিৰোনাম সলনি কৰিলে সম্পূৰ্ণ প্ৰবন্ধটোত সেয়া সলনি কৰা উচিত। উদাহৰণস্বৰূপে শিৰোনামত মাহছুৰী আৰু গোটেই প্ৰবন্ধটোৰ বিভিন্ন ঠাইত মাহচুৰী হৈ থাকিলে পৰৱৰ্তী সময়ত কোনোবাই আকৌ নাম সলনি কৰিব, নাইবা পাঠক বিভ্ৰান্ত হ'ব পাৰে। সেয়ে পৰৱৰ্তী সময়ত সম্পূৰ্ণকৈ ঠিক কৰিব বুলি আশা ৰাখিলোঁ। — কন্দৰ্পজিৎ কল্লোল 10:06, 8 July 2025 (ইউ.টি.চি.)
- বাৰু, আগলৈ মনত ৰাখিম। পৰামৰ্শ বাবে ধন্যবাদ। Dipankar Das (বাৰ্তা) 10:19, 8 July 2025 (ইউ.টি.চি.)