বাৰ্তা:মৈত্ৰেয়ী দেবী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

দুটামান তথ্য ইয়াতে যোগ দি থ'লো। সম্পাদকৰ সহায় হ'ব পাৰে।

  1. ১৯৬১ চনত ৰবীন্দ্র শতবার্ষিকীত তেওঁক ছোভিয়েত ইউনিয়নে আমন্ত্রণ কৰি ৰবীন্দ্র শতবার্ষিকী পদকেৰে ভূষিত কৰে।
  2. ১৯৭৫ চনত লেখিকা সংঘই ন হন্যতে উপন্যাসৰ বাবে সন্মানসূচক পদক যাচে।
  3. ১৯৭৬ চনত একেই গ্রন্থৰ বাবে তেওঁ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰে।
  4. ১৯৭৭ চনৰ জানুৱাৰীত 'চীনৰ জনগণৰ বিদেশৰ স'তে মৈত্রী সমিতি'ৰ (CHINESE PEOPLES' ASSOCIATION OF FRIENDSHIP WITH FORFIGN COUNTRIES) আমন্ত্রণক্রমে তেওঁ চীনলৈ যায়।
  5. তাৰেই অভিজ্ঞতাৰে তেওঁ 'অচিনাকি চীন' গ্রন্থ ৰচনা কৰে।
  6. এই তথ্যসমূহ উপৰোক্ত গ্রন্থৰপৰা সংগ্রহ কৰা হৈছে।(অচিনাকি চীন, অসমীয়া অনুবাদ: মনু সেন, প্রথম প্রকাশ: ফেব্রুৱাৰী ১৯৭৮, প্রকাশক: বনবিহাৰী চক্রৱর্তী, ভৱানী পাবলিচিং কনছার্ণ)

নিয়ৰপৰশ (talk) 11:46, 23 জানুৱাৰী 2013 (UTC)


নাম[সম্পাদনা কৰক]

(?) মৈত্ৰেয়ী দেবী নে মৈত্ৰেয়ী দেৱী ? বিষ্ণু শইকীয়া 19:03, 29 জানুৱাৰী 2013 (UTC)

মৈত্ৰেয়ী দেৱী (অচিনাকি চীন) নিয়ৰপৰশ (talk) 03:46, 6 ফেব্ৰুৱাৰী 2013 (UTC)
নামটোৰ অসমীয়াকৰণ কৰিলে "দেৱী" হ'ব। — গীতাৰ্থ বৰদলৈ (talk) 07:41, 6 ফেব্ৰুৱাৰী 2013 (UTC)