বাৰ্তা:মৈত্ৰেয়ী দেৱী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:মৈত্ৰেয়ী দেবীৰ পৰা পুনঃনিৰ্দেশিত)

দুটামান তথ্য ইয়াতে যোগ দি থ'লো। সম্পাদকৰ সহায় হ'ব পাৰে।

  1. ১৯৬১ চনত ৰবীন্দ্ৰ শতবাৰ্ষিকীত তেওঁক ছোভিয়েত ইউনিয়নে আমন্ত্ৰণ কৰি ৰবীন্দ্ৰ শতবাৰ্ষিকী পদকেৰে ভূষিত কৰে।
  2. ১৯৭৫ চনত লেখিকা সংঘই ন হন্যতে উপন্যাসৰ বাবে সন্মানসূচক পদক যাচে।
  3. ১৯৭৬ চনত একেই গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰে।
  4. ১৯৭৭ চনৰ জানুৱাৰীত 'চীনৰ জনগণৰ বিদেশৰ স'তে মৈত্ৰী সমিতি'ৰ (CHINESE PEOPLES' ASSOCIATION OF FRIENDSHIP WITH FORFIGN COUNTRIES) আমন্ত্ৰণক্ৰমে তেওঁ চীনলৈ যায়।
  5. তাৰেই অভিজ্ঞতাৰে তেওঁ 'অচিনাকি চীন' গ্ৰন্থ ৰচনা কৰে।
  6. এই তথ্যসমূহ উপৰোক্ত গ্ৰন্থৰপৰা সংগ্ৰহ কৰা হৈছে। (অচিনাকি চীন, অসমীয়া অনুবাদ: মনু সেন, প্ৰথম প্ৰকাশ: ফেব্ৰুৱাৰী ১৯৭৮, প্ৰকাশক: বনবিহাৰী চক্ৰৱৰ্তী, ভৱানী পাবলিচিং কনছাৰ্ণ)

নিয়ৰপৰশ (talk) 11:46, 23 জানুৱাৰী 2013 (UTC)


(?) মৈত্ৰেয়ী দেবী নে মৈত্ৰেয়ী দেৱী? বিষ্ণু শইকীয়া 19:03, 29 জানুৱাৰী 2013 (UTC)

মৈত্ৰেয়ী দেৱী (অচিনাকি চীন) নিয়ৰপৰশ (talk) 03:46, 6 ফেব্ৰুৱাৰী 2013 (UTC)
নামটোৰ অসমীয়াকৰণ কৰিলে "দেৱী" হ'ব। — গীতাৰ্থ বৰদলৈ (talk) 07:41, 6 ফেব্ৰুৱাৰী 2013 (UTC)