বাৰ্তা:লক্ষ্মী সেহগল

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:লক্ষ্মী ছেহগলৰ পৰা পুনঃনিৰ্দেশিত)

@Chiring chandan:@Babulbaishya: পূৰ্বতে থকা লক্ষ্মী সেহগলৰ লগত শেহতীয়াকৈ লিখা লক্ষ্মী ছেহগল প্ৰবন্ধটো একত্ৰিত কৰিবলৈ দিয়া হৈছে যদিও বাহ্যিক সংযোগ অনুচ্ছেদটোৰ বাহিৰে অইন বিশেষ যোগ কৰিবলগীয়া নাই। তদুপৰি পূৰ্বৰ প্ৰবন্ধটো যথেষ্ট চুটি। সেয়েহে বিচাৰকদ্বয়ে পূৰ্বৰ প্ৰবন্ধটো বিলোপ কৰি নতুন প্ৰবন্ধটোক পূৰ্বৰটোলৈ ৰিডাইৰেক্ট কৰিলে উচিত বিচাৰ কৰা হ'ব। ইয়াৰ লগতে প্ৰতিযোগিতাৰ বাবে সৃষ্টি কৰা শেহতীয়া প্ৰবন্ধটোক গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলোঁ। যিহেতু প্ৰবন্ধটোৱে নিৰ্ধাৰিত শব্দ সংখ্যা আৰু বাইটৰ আকাৰ অতিক্ৰম কৰিছে। ধন্যবাদ। ঈশান জ্যোতি বৰা (বাৰ্তা) 18:03, 9 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

দুয়োটা প্ৰবন্ধ পৃথক দুটা সম্পাদনা মেলাৰ অংশ হিচাপে সৃষ্ট। গতিকে বিষয়টো মাননীয় প্ৰশাসকসকললৈ এৰিছোঁ‌। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 17:01, 19 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মেনুৱেলী একত্ৰিত কৰা হ’ল। - দিব্য দত্ত (বাৰ্তা) 14:10, 22 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]