বাৰ্তা:লোকবিশ্বাসত তামোল পাণ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ তামোল-পাণ সংস্কৃতি বুলি ইতিমধ্যে প্ৰবন্ধ এটা আছেই। একত্ৰীকৰণৰ প্ৰস্তাৱ ৰাখিবলৈকো অৱশ্যে মূল প্ৰবন্ধটো অসমীয়া লোক-সংস্কৃতিৰ সৈতে একত্ৰীকৰণৰ প্ৰস্তাৱ দিয়াই আছে। বিষয়টো দৃষ্টিগোচৰ কৰিলোঁ। --Chandan Chiring Phukon Let's chat 15:46, 29 August 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]