বাৰ্তা:শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনা[সম্পাদনা কৰক]

শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনা (ইংৰাজী: College of Teacher Education, Dhakuakhana) ১৯৯৮ চনত ঢকুৱাখনা নগৰৰ পৰা মাত্ৰ ২ কিলোমিটাৰ নিলগত ঢকুৱাখনা ঘিলামৰা সংযোগী পথৰ কাষৰ কুৱাবাৰী দলনিৰ পক্ষী উদ্যানখনিৰ কাষতে স্থাপিত হৈছিল মহাবিদ্যালয়খন । মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰা । এই মহাবিদ্যালয়খনে সেই অঞ্চলৰ শিক্ষানুৰাগী ৰাইজৰ উচ্চ শিক্ষাৰ বাবে এক উপযুক্ত সমিধান হিচাপে থিয় দিছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এখন উচ্চ শিক্ষাৰ অনুষ্ঠান হৈছে এই ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ৷ Papu baruah (talk) 15:51, 22 October 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]