বাৰ্তা:শিয়াল
বিষয় যোগ কৰকঅৱয়ব
| এই পৃষ্ঠাখন শিয়াল-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
|---|---|---|---|
|
|
||
এই প্ৰবন্ধটোত বিলোপনৰ বাবে টেগ কৰিলো| পোখালিৰ ওপৰিও ই খেলিমেলিমূলক বিষয়বস্তুৰ প্ৰবন্ধ| প্ৰবন্ধটো লিখা হৈছে "Golden Fox"ৰ বিষয়ে, নাম দিয়া হৈছে.. শিয়াল ... আনহাতে ইং ৱিকিত ... (ইংৰাজী: Fox), (ইংৰাজী: Jackel), (ইংৰাজী: Golden jackal), আৰু (ইংৰাজী: Wolf) নামৰ ৪ টা প্ৰবন্ধ দেখিলো| বাংলা ৱিকিত এই শিয়ালৰ নাম পাতিশিয়াল দিয়া দেখিলো| উপায় নাপাই বিলোপ টেগ দিলো| কোনেও আপত্তি নকৰিলে সোনকালেই বিলোপ কৰা হ’ব| বিষ্ণু শইকীয়া⇒✉ 19:22, 3 নৱেম্বৰ 2012 (UTC)
- এইটো আমাৰ ইয়াত পোৱা শিয়ালেই হয়। ইংৰাজীতহে ভাল নামটো Golden Fox। — গীতাৰ্থ বৰদলৈ (talk) 20:13, 3 নৱেম্বৰ 2012 (UTC)
- কি কৰা ভাল তেনে ? en:Fox বা bn:খেঁকশিয়াল টো কি কৰা হ’ব তেনে ?
শিয়ালৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন শিয়ালক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।