বাৰ্তা:শিৱ থাপা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

{{Image requested}}

infobox-টো অসমীয়া কৰিব লাগিব।উদ্দীপতালুকদাৰ (talk) 09:50, 22 এপ্ৰিল 2012 (UTC)

শিৱ থাপাৰ প্ৰথমটো সোণৰ পদক[সম্পাদনা কৰক]

আন্তৰ্জাতিক খেলত কাজাখস্তানত শিৱ থাপাই লাভ কৰা সোণৰ পদকটো জেষ্ঠ্য শাখাত আন্ত্ৰজাতিক ভাৱে লাভ কৰা তেখেতৰ দ্বিতীয়টো সোণৰ পদক বুলি 'টাইম্‌ছ অৱ ইণ্ডিয়া'ৰ এই প্ৰবন্ধত উল্লেখিত সমলত কোৱা হৈছে। কিন্তু প্ৰথমটো সোণৰ পদক কেতিয়া পাইছিল সেইটো বিচাৰি উলিয়াব নোৱাৰিলোঁ। আগ্ৰহী ব্যক্তিয়ে যোগ দিয়ক।উদ্দীপতালুকদাৰ (talk) 09:59, 22 এপ্ৰিল 2012 (UTC)