সমললৈ যাওক

বাৰ্তা:মাধৱ থান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:শ্ৰী শ্ৰী মাধৱ থানৰ পৰা পুনঃনিৰ্দেশিত)

প্ৰবন্ধটোৰ শিৰোনামা কেৱল "মাধৱ থান" কৰিব পাৰিনে ?Gitartha.bordoloi 08:55, 15 অক্টোবৰ 2011 (UTC)

গীতাৰ্থ ময়ো ভাবিছোঁ কথাষাৰ। এতিয়া থাকক দি্য়াঁ, লিখাজন উৎসাহী মানুহ যেনেই লাগিছে, গতিকে সুধিলৈয়েই কৰিম দিয়াঁ। কিন্তু তেখেতে login নকৰাকৈ লিখিছে, খুব সম্ভব নজনাৰ কাৰণে। কিন্তু কথাটো তেখেতক কেনেকৈ কওঁ?


প্রভাকৰ শৰ্মা নেওগ 18:04, 27 নভেম্বৰ 2011 (UTC)

কেতিয়াবাই কৰিলোঁ। Gitartha.bordoloi 19:36, 27 নভেম্বৰ 2011 (UTC)

ইয়াৰ তথ্য সমূহ ভূল হৈ আছে । মই এই প্ৰবন্ধটো লিখিছিলো কিন্তু সেয়া সলনি কৰি সম্পূৰ্ণ বেলেগকৈ লিখা হৈছে । মই আপোনাক অনুৰুধ কৰিছো যে থানৰ ব্লগতো চাই শুধৰাই দিয়ে যেন । ব্লগতো হল http://srisrimadhabthan.blogspot.com/ আশাৰে ধন্যবাদ । Madhabsaikia

প্ৰমিলা নে প্ৰমীলা? — গীতাৰ্থ বৰদলৈ (talk)