বাৰ্তা:সত্যমেৱ জয়তে (দূৰদৰ্শন অনুষ্ঠান)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


সত্যমেৱ জয়তে (দূৰদৰ্শন অনুষ্ঠান) ৰ ঠাইত সত্যমেৱ জয়তে (ধাৰাবাহিক) বুলি প্ৰবন্ধৰ নাম ৰখা হ’লে ভাল হয় নেকি ? বিষ্ণু শইকীয়া 10:08, 18 মাৰ্চ 2014 (UTC)


মোৰ বোধেৰে ধাৰাবাহিক ভাল নহ'ব। কাৰণ এইখন ধাৰাবাহিক অৰ্থাৎ চিৰিয়েল নহয়। ইয়াত প্ৰ্তিটো খণ্ডত এটি নতুন বিষয় উপস্থাপন কৰা হয়। দৰাচলতে ই এটা ট'ক শ্ব' ( অনৌপচাৰিক বাৰ্তালাপ অনুষ্ঠান)। Saidul Islam 13:15, 18 মাৰ্চ 2014 (UTC)