বাৰ্তা:সাৰলা দাস
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 10 মাহ পূৰ্বে by Kandarpajit Kallol in topic নাম
|
|
This article was created as part of Wikipedia Asian Month 2025 online edit-a-thon. |
|
নাম
[সম্পাদনা কৰক]কিছুমান অসমীয়া কিতাপ ওড়িয়া ভাষাৰ আদি কবি বুলি "সৰলা দাস" নামটো উল্লেখ আছে। বাংলা ৱিকিপিডিয়াতো এই প্ৰবন্ধটো "সৰলা দাস" নামত আছে। আনহাতে হিন্দীকে আদি কৰি আন কেইবাটাও ভাৰতীয় ভাষাত "সাৰলা দাস" নাম ব্যৱহাৰ কৰিছে। মূল ওড়িয়া ভাষাত "ସାରଳା ଦାସ" ("সাৰলা দাস")। সেয়ে এই প্ৰবন্ধটোত "সাৰলা দাস" বুলি লিখা হৈছে। — কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 16:42, 17 November 2025 (ইউ.টি.চি.)