সমললৈ যাওক

বাৰ্তা:সুপ্ৰতিস্থিত বৰ্মা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বেছিভাগ কিতাপতে ৰাজবংশটোৰ নাম 'বৰ্মন'হে আছে। গতিকে মূল প্ৰবন্ধবোৰ নাম 'বৰ্মন' ৰাখি 'বৰ্মা'টো তালৈ পুনঃনিৰ্দেশ কৰি ৰখা হওক। — গীতাৰ্থ বৰদলৈ (talk) 07:30, 25 ডিচেম্বৰ 2013 (UTC)

ইংৰাজীত প্ৰায়ে 'বৰ্মন' বুলিহে লিখা থাকে। 'সোণৰ অসম' নামৰ বুৰঞ্জীৰ কিতাপখনত 'বৰ্মা' বুলিহে আছে। Ani ttbr (talk) 07:53, 29 ডিচেম্বৰ 2013 (UTC)
ম‌ই কেইবাটাও উৎস চাই 'বৰ্মন'হে পালোঁ। সেইবাবে মূল নাম সেইটো ৰাখিব লাগে বুলি কৈছোঁ। অকব'তো কথাটো ওলাইছিল। ৰাইজে 'বৰ্মন' বুলিয়েই কৈছে। — গীতাৰ্থ বৰদলৈ (talk) 08:37, 29 ডিচেম্বৰ 2013 (UTC)
বৰ্মনেই. হওক. ‌প্রভাকৰ শৰ্মা নেওগ (talk) 22:53, 29 ডিচেম্বৰ 2013 (UTC)
ভাষাৰ পৰিবৰ্ত্তনত উচ্চাৰণৰ তাৰতম্য বহুক্ষেত্ৰত দেখা যায়৷ যেনে: গাওঁ (gaon)৷ সেয়ে, মোৰ বোধে দুয়োটাই ব্যৱহাৰ কৰা হয়৷ Parixx (talk) 11:08, 30 ডিচেম্বৰ 2013 (UTC)

সুপ্ৰতিস্থিত বৰ্মাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক