বাৰ্তা:সুপ্ৰতিস্থিত বৰ্মা
অৱয়ব
বেছিভাগ কিতাপতে ৰাজবংশটোৰ নাম 'বৰ্মন'হে আছে। গতিকে মূল প্ৰবন্ধবোৰ নাম 'বৰ্মন' ৰাখি 'বৰ্মা'টো তালৈ পুনঃনিৰ্দেশ কৰি ৰখা হওক। — গীতাৰ্থ বৰদলৈ (talk) 07:30, 25 ডিচেম্বৰ 2013 (UTC)
- ইংৰাজীত প্ৰায়ে 'বৰ্মন' বুলিহে লিখা থাকে। 'সোণৰ অসম' নামৰ বুৰঞ্জীৰ কিতাপখনত 'বৰ্মা' বুলিহে আছে। Ani ttbr (talk) 07:53, 29 ডিচেম্বৰ 2013 (UTC)
- মই কেইবাটাও উৎস চাই 'বৰ্মন'হে পালোঁ। সেইবাবে মূল নাম সেইটো ৰাখিব লাগে বুলি কৈছোঁ। অকব'তো কথাটো ওলাইছিল। ৰাইজে 'বৰ্মন' বুলিয়েই কৈছে। — গীতাৰ্থ বৰদলৈ (talk) 08:37, 29 ডিচেম্বৰ 2013 (UTC)
- বৰ্মনেই. হওক. প্রভাকৰ শৰ্মা নেওগ (talk) 22:53, 29 ডিচেম্বৰ 2013 (UTC)
সুপ্ৰতিস্থিত বৰ্মাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন সুপ্ৰতিস্থিত বৰ্মাক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।