সমললৈ যাওক

বাৰ্তা:হকী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

fih ৱেবছাইটত উল্লেখিত তথ্য অনুসৰি হকী খেলৰ আৰম্ভণি হৈছিল প্ৰায় খ্ৰী.পূ. ৪০০০ চনৰ আশে-পাশে। আধুনিক হকীৰ জন্মৰ উল্লেখো আছে অলিম্পিকৰ লগত। যিটো লিংকৰপৰা ১৩৬৩ চনত হকীৰ আৰম্ভণি হোৱা বুলি লিখা হৈছিল, সেইটোত তেনে কোনো উল্লেখ বিচাৰি নাপালো। সেয়ে সেই অংশটো সম্পাদনা কৰি গুচাই দিছোঁ।উদ্দীপতালুকদাৰ (talk) 16:48, 31 জানুৱাৰী 2013 (UTC)

হকীৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক