বাৰ্তা:হিন্দী ভাষা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

যদিও প্ৰায় হিন্দীক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে অভিহিত কৰা হয়, মই কেইবাঠাইটো এই তথ্য পাইছো যে ভাৰতৰ সংবিধানত ক'তো হিন্দীক "ৰাষ্ট্ৰ ভাষা" হিচাপে অভিহিত কৰা হোৱা নাই। [1][2] মোৰ ভুলো হ'ব পাৰে। সন্দেহ দূৰ কৰিলে সুখী হওম।IKHazarika (talk) 10:05, 3 নৱেম্বৰ 2014 (UTC)

হয়, হিন্দী আৰু ইংৰাজী ভাৰতত চৰকাৰীভাৱে ব্যৱহাৰ হোৱা ভাষাহে।। — গীতাৰ্থ বৰদলৈ (talk) 12:46, 3 নৱেম্বৰ 2014 (UTC)
  1. http://timesofindia.indiatimes.com/india/Theres-no-national-language-in-India-Gujarat-High-Court/articleshow/5496231.cms?referral=PM
  2. http://www.thehindu.com/news/national/hindi-not-a-national-language-court/article94695.ece