সমললৈ যাওক

বাৰ্তা:হেৰী পটাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:হেৰী পটাৰ ছিৰিজৰ পৰা পুনঃনিৰ্দেশিত)

This page is about the Harry Potter Book Series and not the movies. I'm getting difficulty in putting the references. There's need for a retouch from expert hand, I believe. Niyorporosh (talk) 08:10, 9 জুলাই 2012 (UTC)

You just forget to give {{reflist}} tag below তথ্যসংগ্ৰহ, Now it's ok. And don't forget to give http:/ before the web site links. বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:33, 9 জুলাই 2012 (UTC)


একত্ৰীকৰণ

[সম্পাদনা কৰক]

প্ৰায় একেখিনি বিষয়বস্তুৰেই হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা) নামৰ পৃষ্ঠা এটা আছিলেই, এতিয়াহে চকুত পৰিল| সেয়ে একত্ৰীকৰণৰ প্ৰস্তাৱটো দিলো| নতুন পৃষ্ঠা লিখাৰ আগতে সেই পৃষ্ঠাটো আছেনে নাই বিচাৰ খোচাৰ কৰি লব লাগে| নাইবা এনে খেলিমেলি বৰ হয়| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:09, 9 জুলাই 2012 (UTC)

ভুল কৰি শিকিলোঁ। পুনৰাই নহয় এনে। একত্রিত কৰাটোত সমর্থন জনাইছোঁ। Niyorporosh (talk) 03:19, 16 জুলাই 2012 (UTC)