সমললৈ যাওক

বাৰ্তা:হ য ব ৰ ল (বাংলা গ্ৰন্থ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:হ য ব ৰ লৰ পৰা পুনঃনিৰ্দেশিত)
Latest comment: 3 মাহ পূৰ্বে by Kandarpajit Kallol in topic হ য ব ৰ ল

হ য ব ৰ ল

[সম্পাদনা কৰক]

এই নামৰ লক্ষ্মীনাথ বেজবৰুৱাই লিখা এখন ধেমেলীয়া নাট আছে। সেয়ে, পৃষ্ঠাটোৰ নামৰ লগত (বাংলা) বুলি লিখিলে ভাল হয় যেন লাগে। সদস্যগৰাকীৰ সৈতে যোগাযোগৰ নম্বৰ থকাহ’লে লক্ষ্মীনাথ বেজবৰুৱাৰ সেই নাটৰ তথ্যও দিব পৰা গ’লহেঁতেন। Pranamikaadhikary (বাৰ্তা) 18:36, 27 November 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Pranamikaadhikary বাইদেউ, হ য ব ৰ ল (বাংলা গ্ৰন্থ) কৰা হ'ল। — কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 14:27, 30 November 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক