বাৰ্তা:১ + ২ + ৪ + ৮ ⋯

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই ক্ৰমটোৰ কোনো বিশেষ নাম নাইনে? — গীতাৰ্থ বৰদলৈ (talk) 07:16, 3 August 2015 (UTC)

নাইপোৱা দেখোন। মই বিচাৰি আছোঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 14:48, 3 August 2015 (UTC)
ইংৰাজী ৱিকিপিডিয়াতো এই নামেই আছে IKHazarika (talk) 15:23, 3 August 2015 (UTC)
ok. Added interwiki links. — গীতাৰ্থ বৰদলৈ (talk) 18:02, 3 August 2015 (UTC)

সম্পাদনা[সম্পাদনা কৰক]

অনুবাদটোত বহুখিনি সম্পাদনা কৰিবলৈ বাকী আছে। মই প্ৰথম দুটা পেৰাগ্ৰাফ কৰিলোঁ। বাকীখিনিত অন্য কোনোবাই অকণমান হাত লগালে ভাল হ'ব। ধন্য়বাদ। Pankaj Jyoti Mahanta (পংকজ জ্যোতি মহন্ত) (বাৰ্তা) 15:06, 27 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]