বাৰ্তা:ৰঙাপাৰা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰঙাপৰাক ৰঙাপাৰালৈ পুনৰ স্থানান্তৰ[সম্পাদনা কৰক]

@দিব্য দত্ত:, @Gitartha.bordoloi: ৰঙাপাৰা পৃষ্ঠাখন সদস্য এজনে নাজানি ভুলকৈ ৰঙাপৰালৈ স্থানান্তৰ কৰিছে। মই পুনৰ ৰঙাপাৰালৈ স্থানান্তৰ কৰিব বিচাৰিছো যদিও পৰা নাই। সম্ভৱতঃ এইটো প্ৰশাসকেহে কৰিব পাৰিব। বাবুল বৈশ্য (talk) 02:31, 25 July 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শিৰোনাম সম্পৰ্কে[সম্পাদনা কৰক]

@দিব্য দত্ত:, @Gitartha.bordoloi:, @Babulbaishya:, এই প্ৰবন্ধৰ শিৰোনামটো ক’ৰবাত 'ৰঙাপাৰা', ক’ৰবাত 'ৰাঙাপাৰা', ক’ৰবাত 'ৰঙাপৰা' বুলি পোৱা যায়৷

  1. ৰঙাপাৰা : ভোটাৰ তালিকা আদিত আছে৷
  2. ৰাঙাপাৰা : নতুন অসমীয়া ভূচিত্ৰাৱলীত এইদৰে আছে৷
  3. ৰঙাপৰা : [মহাবিদ্যালয়][ৰঙাপৰা নর্থ জংচন];

বৈশ্য দা কোৱা মতে, সেই অঞ্চলৰ লোক সকলেও ৰঙাপৰা বুলিয়ে লিখেহেনো! ইয়াৰে কোনটো শুদ্ধ, বিচাৰ কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ৷ কুলধৰ ৰাভা (talk) 07:26, 9 August 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Kuldhar Rabha:, সকলো চৰকাৰী ৱেবছাইটত "ৰঙাপাৰা" বুলি আছে। আমিও সদ্যহতে সেইটোৱেই লিখা উচিত। — গীতাৰ্থ বৰদলৈ (talk) 09:18, 9 August 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]