সমললৈ যাওক

বাৰ্তা:ৰিপুঞ্জয় বৰদলৈ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সম্পাদনা সম্পৰ্কীয়

[সম্পাদনা কৰক]

@ ৰিপুঞ্জয় বৰদলৈ, নিজৰ নামৰ পৃষ্ঠা নিজে সম্পাদনা কৰা ৱিকিপিডিয়াৰ নীতি বিৰুদ্ধ৷ আশাকৰোঁ আপুনি এই কামৰ পৰা বিৰত থাকিব৷ Pranamikaadhikary (বাৰ্তা) 16:52, 20 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ জনাইছোঁ। বিষয়টো মোৰ জ্ঞাত নাছিল। মোৰ পৃষ্ঠাটো সম্পাদনা কৰিবলৈ কোনো ব্যক্তিয়ে সহায় কৰিলে নতুন তথ্য সমূহ অন্তৰ্ভুক্ত কৰিব পৰা যাব। ৰিপুঞ্জয় বৰদলৈ (বাৰ্তা) 17:39, 20 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]