বিছাটি
অৱয়ব
| উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ |
|---|
| ভাৰত আৰু পাকিস্তান |
| ভাষাসমূহ |
| ধৰ্ম |
|
ইছলাম |
বিছাটি এটা মুছলমান সম্প্ৰদায়, যিসকলক উত্তৰ ভাৰতত পোৱা যায়।[1] এই সম্প্ৰদায়ৰ বহু সদস্যই ১৯৪৭ চনত পাকিস্তানলৈ প্ৰব্ৰজন কৰি কৰাচী আৰু সিন্ধত বসতি স্থাপন কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Samiuddin, Abida; Khanam, R. (2008) (en ভাষাত). Global Encyclopaedic Ethnography of Indian Muslim. Global Vision Publishing House. পৃষ্ঠা. 114-117. ISBN 978-81-8220-299-3. https://books.google.com/books?id=qEXFxCK-ulUC&dq=global+encyclopaedic+ethnography+of+indian+muslim+by+abida+samiuddin%2C+r.+khanam+volume+0&pg=RA1-PA361.