বিদ্যাৱতী চতুৰ্বেদী
অৱয়ব
বিদ্যাৱতী চতুৰ্বেদী | |
---|---|
মধ্যপ্ৰদেশ | |
কাৰ্যকাল ১৯৫৭ – ১৯৬২ | |
উত্তৰসূৰী | ৰঘুনাথ সিং |
সমষ্টি | লৌণ্ডী |
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ১৯৮০ – ১৯৮৯ | |
পূৰ্বসূৰী | লক্ষ্মী নাৰায়ণ নায়ক |
উত্তৰসূৰী | উমা ভাৰতী |
সমষ্টি | খাজুৰাহো |
ৰাজ্যসভা, মধ্যপ্ৰদেশ | |
কাৰ্যকাল ১৯৬৬ – ১৯৭২ | |
কাৰ্যকাল ১৯৭২ – ১৯৭৮ | |
ব্যক্তিগত তথ্য | |
জন্ম | ০৬ ডিচেম্বৰ, ১৯২৬ কোলহাপুৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ |
মৃত্যু | ১১ মাৰ্চ, ২০০৯ (৮২ বছৰ) চত্তৰপুৰ, মধ্যপ্ৰদেশ |
ৰাজনৈতিক দল | ![]() (Indian National Congress) |
দাম্পত্যসঙ্গী | বাবু ৰাম চতুৰ্বেদী |
সন্তান | এগৰাকী পুত্ৰ এগৰাকী জীয়ৰী |
পিতৃ-মাতৃ | নাথুৰামজী ৰাৱত (পিতৃ) |
শিক্ষা | সাহিত্য ৰতন (ব্যক্তিগতভাৱে) |
পেচা | ৰাজনীতিবিদ |
২৯ জুন, ২০১৮-ৰ তথ্য উৎস: ["Biodata". Lok Sabha, Govt. of India. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/2700.htm.] |
বিদ্যাৱতী চতুৰ্বেদী (ইংৰাজী: Vidyawati Chaturvedi, ১৯২৬–২০০৯) মধ্যপ্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷[1][2][3] তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য৷ ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈ অবিভক্ত মধ্যপ্ৰদেশ বিধানসভাৰ লাউণ্ডি বিধানসভা সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰিছিল।[4][5] ১৯৮০ চনৰ পৰা ১৯৮৯ চনৰ ভিতৰত খাজুৰাহো (লোকসভা সমষ্টি)কো তেওঁ প্ৰতিনিধিত্ব কৰিছিল। পিছত তেওঁৰ পুত্ৰ সত্যব্ৰত চতুৰ্বেদীও খজুৰাহোৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ দুবাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল৷ ১৯৬৬ চনৰ পৰা ১৯৭২ চনলৈ আৰু ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈকে তেওঁ ৰাজ্যসভাত আছিল৷ তেওঁৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ কোলহাপুৰত৷ বাবু ৰাম চতুৰ্বেদী তেওঁৰ স্বামী৷ ২০০৯ চনৰ ১১ মাৰ্চত বিদ্যাৱতী চতুৰ্বেদীৰ মৃত্যু হয়৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ India. Ministry of Information and Broadcasting; India. Ministry of Information and Broadcasting. Research and Reference Division; India. Ministry of Information and Broadcasting. Publications Division (1961). India, a reference annual. Publications Division, Ministry of Information and Broadcasting. পৃষ্ঠা. 429. https://books.google.com/books?id=28NFAQAAIAAJ। আহৰণ কৰা হৈছে: 30 September 2012.
- ↑ Madhya Pradesh (India). Directorate of Economics and Statistics (1958). Statistical Abstract of Madhya Pradesh. Government Regional Press. পৃষ্ঠা. 255. https://books.google.com/books?id=_R81AAAAIAAJ। আহৰণ কৰা হৈছে: 30 September 2012.
- ↑ Times of India (Firm) (1958). The Times of India directory and year book including who's who. Bennett, Coleman & Co.. পৃষ্ঠা. 1110. https://books.google.com/books?id=WAIfAQAAMAAJ। আহৰণ কৰা হৈছে: 30 September 2012.
- ↑ "General Elections of MP 1957". Election Commission Of India. 2004. পৃষ্ঠা: 10. http://eci.nic.in/eci_main/StatisticalReports/SE_1957/StatRep_MP_1957.pdf.
- ↑ "Madhya Pradesh Assembly Election Results in 1957". http://www.elections.in/madhya-pradesh/assembly-constituencies/1957-election-results.html.