বিনয় পাঠক
| বিনয় পাঠক Vinay Pathak | |
|---|---|
২০১২ চনত পাঠক | |
| জন্ম | ২৭ জুলাই, ১৯৬৮ (৫৮ বছৰ) বিহিয়া, বিহাৰ, ভাৰত |
| পেচা | অভিনেতা, টেলিভিছন পৰিৱেশকম চলচ্চিত্ৰ প্ৰযোজক |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৬–বৰ্তমানলৈকে |
| দাম্পত্যসঙ্গী | সোণিকা ছাহায় (বি. ২০০৬) |
| সন্তান | ২ |
বিনয় পাঠক (ইংৰাজী: Vinay Pathak; জন্ম: ২৭ জুলাই ১৯৬৮) এজন ভাৰতীয় থিয়েটাৰ আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ খোছলা কা ঘোছলা, ভেজা ফ্ৰাই, আইলেণ্ড চিটি আৰু জনী গদ্দাৰকে ধৰি বহু ছবিত অভিনয় কৰিছে। ইয়াৰ লগতে তেওঁ জিছম, ৰব নে বনা দি জৌড়ি আৰু মাই নেম ইজ খান আদি ছবিত সহ অভিনয় কৰিছে।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৬৮ চনৰ ২৭ জুলাইত ভাৰতৰ বিহাৰৰ ভোজপুৰ জিলাত পাঠকে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক শৈশৱকাল ধানবাদত কটায় কাৰণ তেওঁৰ পিতৃয়ে তাত আৰক্ষী বিভাগত চাকৰি কৰিছিল। ১৯৮২ চনলৈকে তেওঁ ৰাঁচীৰ বিকাশ বিদ্যালয়ত পঢ়িছিল। ই এখন বৰ্ডিং স্কুল। এলাহাবাদ বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গুচি যায়। ষ্ট’নি ব্ৰুক বিশ্ববিদ্যালয়ৰ বিএফএ শ্ৰেণীত অধ্যয়নৰত সময়ছোৱাত ফাৰ্লি ৰিচমণ্ড পাঠকৰ মুখ্য শিক্ষকসকলৰ এগৰাকী আছিল, যি তেওঁক ১৯৯৫ চনত ভাৰত, হিন্দী থিয়েটাৰ আৰু চলচ্চিত্ৰলৈ ঘূৰি আহিবলৈ উপদেশ দিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]নিউয়ৰ্কৰ ষ্টেট ইউনিভাৰ্চিটিত ষ্ট’নি ব্ৰুকত বিনয় পাঠকে একাধিক চৰিত্ৰত অভিনয় কৰিছিল। তাৰ ভিতৰত আছিল ফাৰ্লি ৰিচমণ্ডৰ পৰিচালনাত মঞ্চস্থ আৰু বিনয় পাঠক, ভিনচেণ্ট ডেলি, গেৰী কছগ্ৰ’ভ, এলিছন ষ্টিল, জন ৰক, জেকলিন মেকাৰিঅ', চাইমন আৰু ডিমিট্ৰি দ্বাৰা অভিনীত চাইলেন্স দ্য ক’ৰ্ট ইজ ইন চেচন। ১৯৯৯ চনত তেওঁ টেলিভিছন ধাৰাবাহিক হিপ হিপ হুৰেত বিনয়ৰ চৰিত্ৰত অভিনয় কৰিছিল।ৰ্পাঠকে দচৱিড়ানিয়া ছবি নিৰ্মাণ কৰিছিল, য’ত এজন সাধাৰণ মানুহে মৃত্যুৰ আগতে বিদায় লোৱাৰ কাহিনী বৰ্ণনা কৰা হৈছিল।[2]
তেওঁৰ ভাল বন্ধু ৰণবীৰ শ্ব’ৰেৰ সৈতে ‘OYE’ নামৰ শ্ব’টোত ঘোষক হিচাপে কাম কৰিছিল। তেওঁলোকে একেলগে 'ৰণবীৰ বিনয় ঔৰ কৌন?'[3] টক শ্ব’ আয়োজন কৰাৰ লগতে 'হাউছ এৰেষ্ট','দুনিয়া গৌল হ্যে' আৰু 'ক্ৰিকেট ক্ৰেজি' হষ্ট কৰিছিল। বন্ধু ৰণবীৰ, সুৰেশ মেনন আৰু গৌৰৱ গেৰাৰ সৈতে দলবদ্ধ হৈ পাঠকে গেগ ভিত্তিক অনুষ্ঠান ‘দ্য গ্ৰেট ইণ্ডিয়ান কমেডী শ্ব’’ত কাম কৰিছিল।
পাঠকে কানাডাৰ শিখ সম্প্ৰদায়ক লৈ টিভিৰ বাবে নিৰ্মিত চিনেমা মাৰ্ডাৰ আনভেইলড (২০০৫)ত পৰিদৰ্শক গুৰপাল বাদাছৰ নামৰ এটি সৰু চৰিত্ৰত অভিনয় কৰিছিল। পাঠকে জনী গদ্দাৰ, আজা নাচলে, খোয়া খোয়া চান্দ আৰু ৰব নে বনা দি জৌড়ি চিনেমাত অভিনয় কৰিছিল।
প্ৰীতিশ নন্দী কমিউনিকেশ্যনৰদ্বাৰা প্ৰযোজিত তেওঁৰ ছবি ৰাত গয়ী বাত গয়ী ২০০৯ চনৰ ডিচেম্বৰ মাহত ভাৰতত মুক্তি পায়।
পাঠকে অন্তৰ্দ্বন্দ্ব ছবিতো অভিনয় কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]বিনয় পাঠকৰ পত্নী হৈছে সোণিকা ছাহায়।[4]এই দম্পতী দুগৰাকী কন্যা ক্ৰমে বসুধা আৰু শাৰিণী।
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]দূৰদৰ্শন
[সম্পাদনা কৰক]| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | ভাষা | নোট |
|---|---|---|---|---|
| ১৯৯৭ | মাৰ্গাৰিটা | হিন্দী | ||
| ১৯৯৮ | হাউচ এৰেষ্ট | প্ৰতিবেদক | ইংৰাজী | |
| ১৯৯৮–২০০১ | হিপ্ হিপ্ হুৰে | ভিনচেণ্ট ভিনি জৰ্জ | হিন্দী | |
| ২০০১ | কাহানী পুৰি ফিল্মী হ্যে | উপস্থাপক | হিন্দী | |
| ২০০২ | কিয়্যু হৌতা হ্যে প্যাৰ | প্ৰফেছৰ | হিন্দী | |
| ২০০৪–২০০৭ | দ্য গ্ৰেট ইণ্ডিয়ান কমেডী শ্ব’ | বিভিন্ন চৰিত্ৰ | হিন্দী | |
| ২০০৫ | মাৰ্ডাৰ আনভেইলড্ | ইন্সপেক্টৰ গুৰপাল বাদাছ | ইংৰাজী | কানাডিয়ান টেলিভিছন ফিল্ম |
| ২০০৭ | ৰণবীৰ, বিনয় অঔৰ কৌন | উপস্থাপক | হিন্দী | |
| ২০১০ | কাম কা প্লট | ইন্সপেক্টৰ | হিন্দী | টেলিভিছন ফিল্ম [5] |
| ২০১৩ | চিআইডি | মিণ্টু হাচান | হিন্দী | বজাতে ৰহৌ (বিশেষ খণ্ড) |
| ২০১৩–২০১৪ | হৰ ঘৰ কুছ ক্যেহতা হ্যে | উপস্থাপক [6] | হিন্দী | |
| ২০১৯ | মেইড ইন হেভেন | ৰমেশ গুপ্তা | হিন্দী | |
| ২০২০ | স্পেচিয়েল অ’পিএছ | আব্বাছ শ্বেখ | হিন্দী | |
| ২০২০ | আ চুইটেব্যল বয় | এল. এন. আগৰৱাল | হিন্দী | |
| ২০২১ | স্পেচিয়েল অপচ্ ওৱান পইণ্ট ফাইভ: দ্য হিম্মত ষ্ট’ৰি | আব্বাছ শ্বেখ | হিন্দী | |
| ২০২১ | চলৌ কৌয়ী বাত নহী | উপস্থাপক | হিন্দী | |
| ২০২২ | খাকী : দ্য বিহাৰ চেপ্টাৰ | শ্ৰী উজ্জিয়াৰ প্ৰসাদ | হিন্দী | |
| ২০২৩ | চুলতান অৱ দেলহি | জগন চেঠ | হিন্দী | |
| ২০২৩ | পি আই মীনা | ড°. বসু | হিন্দী | |
| ২০২৪ | লাইফ হিল গয়ী | হিমালয়া | হিন্দী | |
| ২০২৫ | গ্ৰাম চিকিৎসালয় | চেতক কুমাৰ | হিন্দী | |
| ২০২৫ | স্পেচিয়েল অ’পিএছ ২ | আব্বাছ শ্বেখ | হিন্দী |
চিনেমা
[সম্পাদনা কৰক]| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | নোট |
|---|---|---|---|---|
| ১৯৯৬ | ফায়াৰ | তাজমহলৰ এজন গাইড | হিন্দী/ইংৰাজী | ইণ্ডো-কানাডিয়ান সহ-প্ৰযোজনা |
| ১৯৯৮ | ব’ম্বে বয়জ | চাহ বিক্ৰেতা | ইংৰাজী | |
| ১৯৯৯ | হাম দিল দে চুকে চনম | তৰুণ | হিন্দী | |
| ২০০০ | হৰ দিল জৌ প্যাৰ কৰেগা | মণ্টি | ||
| ২০০৩ | জিচ্ম | ডি চি পি সিদ্ধাৰ্থ | ||
| ২০০৬ | খৌছলা কা ঘৌছলা | আছিফ ইকবাল | ||
| মিক্সচড ডাৱলচ্ | বিনয় | |||
| ২০০৭ | জনি গদ্দাৰ | প্ৰকাশ | ||
| আজা নাচলে | মি চৌজাৰ | |||
| ভেজা ফ্ৰাই | ভাৰত ভূষণ | বিজয়ী - কমিক চৰিত্ৰত কৰা শ্ৰেষ্ঠ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতা ৰূপে প্ৰডিউচাৰচ্ গীল্ড ফিল্ম এৱাৰ্ড
মনোনয়ন - কমিক চৰিত্ৰত কৰা শ্ৰেষ্ঠ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনয়ৰ আইফা এৱাৰ্ড | ||
| চে চালাম ইণ্ডিয়া | মি: চোপ্ৰা | |||
| ২০০৮ | অহ্, মাই গড | ৰাজেন্দ্ৰ ডুবে | ||
| দচবিড়ানিয়া | অমৰ কৌল | প্ৰযোজক | ||
| ৰব নে বনা দি জৌড়ি | বলবিন্দৰ ববি খৌছলা | মনোনীত - শ্ৰেষ্ঠ সহ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা
মনোনীত - শ্ৰেষ্ঠ সহ অভিনেতাৰ আইফা বঁটা | ||
| ভায়া দাৰ্জিলিং | ইন্সপেক্টৰ ৰবিন দত্ত | |||
| মিথ্যা | ৰাম ভাই | |||
| মনোৰমা ছিক্স ফিট আণ্ডাৰ | চাব-ইন্সপেক্টৰ ব্ৰীজ মোহন | |||
| ২০০৯ | ৰাত গয়ী বাত গয়ী | অমিত | ||
| কুইক গান মুৰুগান | চিত্ৰগুপ্ত | ইংৰাজী | ||
| ষ্ট্ৰেইট | মি: পিনু পেটেল | হিন্দী | ||
| ২০১০ | অন্তৰ্দ্বন্দ | মধুকৰ শাহী | ||
| দ্য ফিল্ম ইমচনেল অত্যাচাৰ | জ' | |||
| মাই নেম ইজ খান | জিতেশ | ইংৰাজী | ||
| ২০১১ | পাপ্পু কাণ্ট ডান্স চালা | বিদ্যাধৰ আচাৰ্য | হিন্দী | |
| তেৰে মেৰে ফেৰে | জয় ধুমাল | |||
| ভেজা ফ্ৰাই ২ | ভাৰত ভূষণ | |||
| জ' ডুবা চ' প্যাৰ | হাৱালদাৰ তোকেন | |||
| উৎ পতংগ | ৰাম শৰ্মা / লাকী চৰ্দানা | |||
| চলৌ দিল্লী | মন্নু গুপ্তা | |||
| এক থৌ চান্স | স্পেচিয়েল এপিৰিয়েঞ্চ | |||
| ২০১২ | মিডনাইট’চ্ চিলড্ৰেন | হাৰ্ডি | ইংৰাজী | কানাডিয়ান-ব্ৰিটিছ ফিল্ম |
| Fatso! | হিন্দী | |||
| মেক্সিমাম | তিৱাৰী | |||
| ২০১৩ | বজাতে ৰহৌ | মিণ্টু হাচান | ||
| ২০১৫ | গৌড় হৰি দাস্তান | গৌড় হৰি দাস | ||
| কাগজ কে ফুল | পুৰোষোত্তম ত্ৰিপাঠী | |||
| আইলেণ্ড চিটি | ||||
| চিড়িয়া | বলি | |||
| বদলাপুৰ | হৰমান | |||
| ২০১৬ | মটু পতলু:কিং অৱ কিংচ্ | গুড্ডু গালিৱ | কণ্ঠ | |
| ২০১৭ | ডাৰ্ক ব্ৰিউ | অনিল ভডেৰা | ||
| হনুমান দা দমদাৰ | পপট শৰ্মা | কণ্ঠ (এনিমেটেড ফিল্ম) | ||
| ২০১৮ | খজুৰ পে অটকে | ৰৱিন্দৰ | ||
| তোবা টেক সিং | চাদাত হাচান মাণ্টো | জি৫ ত মুক্তি[7] | ||
| ইঅ’ৰচ্ ট্ৰুলি | জি৫ ত মুক্তি[8] | |||
| ২০১৯ | চিণ্টু কা ৱাৰ্থডে | মদন তিৱাৰী | জি৫ ত মুক্তি[9] | |
| ৰামপ্ৰসাদ কি তেৰৱী | পঙ্কজ ভাৰ্গৱ | [10] | ||
| চপ্পৰ ফাৰ কে | চৰদ আত্মাৰাম গুপচুপ | |||
| Axone | মালিক | |||
| মিটিন মাসী | বঙালী | |||
| ধুসৰ | চুপাৰিটেণ্ডেণ্ট অৱিনাশ গৌতম | বঙালী, হিন্দী | ||
| দ্য তাচকেন ফাইলচ্ | মুখটাৰ | হিন্দী | ||
| লুকা চুপ্পী | ত্ৰিৱেদী জী | |||
| ২০২৩ | ব্লাইণ্ড | পৃথ্বি খান্না | [11] | |
| ভগৱান ভৰৌছে | নানাবাবু | [12] | ||
| দ্য আৰ্চিছ | এইচ ডওচন | নেটফ্লিক্স ফিল্ম | ||
| ২০২৪ | মেৰী খ্ৰীষ্টমাছ | ইন্সপেক্টৰ পৰেশ কামদাৰ | ||
| আলিয়া বসু গায়ব হ্যে | বিক্ৰম | |||
| 2025 | ফুলে | গোৱিন্দৰাও ফুলে | ||
| মন্নু ক্যা কৰেগা | ডি. অ’. এন | |||
| ২০২৬ | এভ্ৰিবডী লাভচ্ সৌৰৱ হাণ্ডা | সৌৰৱ হাণ্ডা |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "My popular image restricts filmmakers, not me: Vinay Pathak" (en-US ভাষাত). The Indian Express. 2015-07-22. http://indianexpress.com/article/entertainment/bollywood/my-popular-image-restricts-filmmakers-not-me-vinay-pathak/.
- ↑ "Vinay Pathak returns with Dasvidaniya" (en ভাষাত). Hindustan Times. 2008-05-03. https://www.hindustantimes.com/india/vinay-pathak-returns-with-dasvidaniya/story-CqG6vHUB8XNtEO0O1NNYDL.html। আহৰণ কৰা হৈছে: 2020-04-07.
- ↑ "Laugh Riot, an article from indiantelevision.com". http://www.indiantelevision.com/special/boxpopuli/y2k7/aug/boxpopuli31.php। আহৰণ কৰা হৈছে: 6 October 2007.
- ↑ "Love in the fast lane". www.telegraphindia.com. https://www.telegraphindia.com/culture/love-in-the-fast-lane/cid/1543643। আহৰণ কৰা হৈছে: 27 May 2020.
- ↑ "Kaam Ka Plot is appreciated". YouTube. 2010-11-10. https://www.youtube.com/watch?v=8Tda0MY_N_o। আহৰণ কৰা হৈছে: 2020-05-27.
- ↑ "Vinay Pathak turns TV show host with 'Har Ghar Kuch Kehta Hai'". News18. 4 September 2013. https://www.news18.com/news/india/vinay-pathak-turns-tv-show-host-with-har-ghar-kuch-kehta-hai-636543.html। আহৰণ কৰা হৈছে: 27 May 2020.
- ↑ IANS (2018-08-26). "'Toba Tek Singh' fails to capture Manto's madness (Movie Review)". Business Standard India. https://www.business-standard.com/article/news-ians/toba-tek-singh-fails-to-capture-manto-s-madness-movie-review-118082600670_1.html.
- ↑ "Yours Truly". https://www.zee5.com/movies/details/yours-truly/0-0-47818। আহৰণ কৰা হৈছে: 15 January 2021.
- ↑ The Hindu Net Desk (26 May 2020). "'Chintu ka Birthday' to release on Zee5". The Hindu. https://www.thehindu.com/entertainment/movies/chintu-ka-birthday-to-release-on-zee5/article31679286.ece.
- ↑ "Seema Pahwa to debut as director with film starring Naseeruddin Shah, Konkona Sen, Manoj Pahwa" (en ভাষাত). Firstpost. 2018-08-02. https://www.firstpost.com/entertainment/seema-pahwa-to-debut-as-director-with-film-starring-naseeruddin-shah-konkona-sen-manoj-pahwa-4878471.html। আহৰণ কৰা হৈছে: 2019-09-09.
- ↑ "Sonam Kapoor Ahuja's Blind starts filming". Outlook India. 28 December 2020. https://www.outlookindia.com/newsscroll/amp/sonam-kapoor-ahujas-blind-starts-filming/2000431.
- ↑ "Vinay Pathak-starrer 'Bhagwan Bharose' slated for winter 2022 release : The Tribune India". Archived from the original on 19 April 2023. https://web.archive.org/web/20230419165703/https://www.tribuneindia.com/news/entertainment/vinay-pathak-starrer-bhagwan-bharose-slated-for-winter-2022-release-346969। আহৰণ কৰা হৈছে: 1 May 2023.