সমললৈ যাওক

বিন্নাকান্দি বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিন্নাকান্দি
সমষ্টি নং- ৬২ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
বিভাগনামনি অসম
জিলাহোজাই
লোকসভা সমষ্টিকাজিৰঙা
প্ৰতিস্থা২০২৩
সংৰক্ষণনাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
দল  AIUDF
নিৰ্বাচিত বছৰ২০২৬

বিন্নাকান্দি বিধানসভা সমষ্টি (ইংৰাজী: Binnakandi Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত হোজাই জিলাৰ অন্তৰ্গত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়। ২০২৬ চনত এই সমষ্টিটোত পোনপ্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়।

এই সমষ্টিটো হোজাই জিলাৰ অন্তৰ্গত আৰু ই কাজিৰঙা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
নিৰ্বাচন সদস্য দল
২০২৬ বদৰুদ্দিন আজমল সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে এই সমষ্টিৰ পৰা প্ৰথম বিধায়ক হিচাপে বিজয় সাব্যস্ত কৰে। নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: বিন্নাকান্দি[1]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
AIUDF বদৰুদ্দিন আজমল 119,721 50.54
অসম জাতীয় পৰিষদ ৰেজাউল কৰিম চৌধুৰী 84,341 35.60
অগপ চাহাবুদ্দিন মজুমদাৰ 20,955 8.85
Independent মহম্মদ কবিৰ আহমেদ 2,264 0.96
Independent ফৰিজ উদ্দিন 1,543 0.65
Independent চামচুল হক লস্কৰ 1,514 0.64
Independent আব্দুল হান্নান 1,369 0.58
ওপৰৰ এটাও নহয় (নটা) নটা 2,023 0.85
সংখ্যাগৰিষ্ট 35,380 14.94
মুঠ ভোটদান 2,36,890 87.79
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাবিজয় (নতুন আসন)

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]