বিবেক তীৰ্থ
অৱয়ব
বিবেক তীৰ্থ (ইংৰাজী: Vivek Pilgrimage) বা ৰামকৃষ্ণ মিছন বিবেকানন্দ চেণ্টাৰ ফৰ হিউমেন এক্সেলেন্স এণ্ড ছ’চিয়েল চাইন্সেছ হৈছে ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ নিউ টাউনত স্বামী বিবেকানন্দৰ প্ৰতি উৎসৰ্গিত আগন্তুক সাংস্কৃতিক আৰু শিক্ষা কেন্দ্ৰ। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ২০১৪ চনৰ ১১ নৱেম্বৰত বিবেক তীৰ্থৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানটো ব্যক্তিক শান্তি আৰু সুখৰ জীৱন যাপন কৰাত সহায় কৰাৰ লক্ষ্যৰে প্ৰতিস্থা কৰা হৈছে।[1]
অৱস্থান
[সম্পাদনা কৰক]বিবেক তীৰ্থ পশ্চিম বংগৰ কলকাতাৰ নিউ টাউনৰ ২ নং একচন এৰিয়াত অৱস্থিত।[2][3][4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Bureau, M. Post (2016-03-04). "Construction work of Vivek Tirtha begins" (en ভাষাত). millenniumpost.in. http://www.millenniumpost.in/construction-work-of-vivek-tirtha-begins-126505। আহৰণ কৰা হৈছে: 2021-11-11.
- ↑ donationsbm. "Ramakrishna Mission Vivekananda Centre for Human Excellence and Social Sciences (Viveka Tirtha), New Town, Kolkata" (en-US ভাষাত). Belur Math – Ramakrishna Math and Ramakrishna Mission. https://belurmath.org/ramakrishna-mission-new-town-viveka-tirtha/। আহৰণ কৰা হৈছে: 2021-11-11.[সংযোগবিহীন উৎস]
- ↑ "Vivek Tirtha – A tribute to the great saint". aitcofficial.org. 11 September 2018. https://aitcofficial.org/aitc/vivek-tirtha-a-tribute-to-the-great-saint/। আহৰণ কৰা হৈছে: 12 November 2021.
- ↑ "Viveka Tirtha, one-of-a-kind institute dedicated to Swami Vivekananda, to come up soon – ABPEducation" (en ভাষাত). abpeducation.com. 2021-01-12. https://www.abpeducation.com/news/viveka-tirtha-one-of-a-kind-institute-dedicated-to-swami-vivekananda-to-come-up-soon/cid/1206270। আহৰণ কৰা হৈছে: 2021-11-11.