অসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বিভিন্ন বঁটা আৰু সন্মানৰ পৰা পুনঃনিৰ্দেশিত)

এই তালিকাত অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সাহিত্য, কলা, সংগীত, খেল, চলচ্চিত্ৰ আদি বিভিন্ন শিতানত প্ৰদান কৰা বঁটা আৰু সন্মানসমূহৰ তালিকা দিয়া হৈছে৷

চৰকাৰী বঁটাসমূহ[সম্পাদনা কৰক]

তলৰ বঁটাসমূহ অসম চৰকাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক খ্যাতি অৰ্জন কৰা ব্যক্তি বা অনুষ্ঠানক প্ৰদান কৰে।[1]

নং বঁটাৰ নাম পৰ্যায় প্ৰথম প্ৰদান অন্তৰাল
শ্ৰীমন্ত শংকৰদেৱ বঁটা ৰাষ্ট্ৰীয় ১৯৮৬ ৩ বছৰ
আজান পীৰ বঁটা ৰাষ্ট্ৰীয় ২০০৪ ২ বছৰ
ফখৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা ৰাষ্ট্ৰীয় ২০০৫ ২ বছৰ
চুকাফা বঁটা ৰাষ্ট্ৰীয় ২০০৫ ৩ বছৰ
বীৰ চিলাৰায় বঁটা ৰাষ্ট্ৰীয় ২০০৬ ৩ বছৰ
কৃষ্ণকান্ত সন্দিকৈ সোঁৱৰণী বঁটা ৰাষ্ট্ৰীয় ২০০৬ ২ বছৰ
মাধৱদেৱ বঁটা ৰাষ্ট্ৰীয় ২০০৯ ৩ বছৰ
কালিচৰণ ব্ৰহ্ম বঁটা ৰাষ্ট্ৰীয় ২০০৯ ২ বছৰ
গোপীনাথ বৰদলৈ বঁটা ৰাষ্ট্ৰীয় ২ বছৰ
১০ বিষ্ণু ৰাভা বঁটা ৰাজ্যিক ১৯৯৩ বাৰ্ষিক
১১ শিল্পী বঁটা ৰাজ্যিক ১৯৯৯ বাৰ্ষিক
১২ ৰাজ্যিক চলচ্চিত্ৰ বঁটা ৰাজ্যিক ১৯৯৯ ২ বছৰ
১৩ নটসূৰ্য ফণী শৰ্মা বঁটা ৰাজ্যিক ২০০৪ বাৰ্ষিক
১৪ অমলপ্ৰভা দাস বঁটা ৰাজ্যিক ২০০৬ ৩ বছৰ
১৫ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা ৰাজ্যিক ২০০৬ ৩ বছৰ
১৬ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা ৰাজ্যিক ২০০৮ ৩ বছৰ
১৭ ড॰ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা ৰাজ্যিক ২০০৯ ৩ বছৰ
১৮ অসম ৰত্ন ৰাজ্যিক ২০০৮ ৩ বছৰ
১৯ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা ৰাজ্যিক ২০০৯ ৩ বছৰ
২০ গনেশ গগৈ বঁটা ৰাজ্যিক ২০০৯ ৩ বছৰ
২১ মামণি ৰয়ছম বঁটা ৰাজ্যিক ২০১৩ ৩ বছৰ
২২ সতী সাধনী বঁটা ৰাজ্যিক ২০১৫ ৩ বছৰ
২৩ আহমেদ আলি বাসকান্দি বঁটা ৰাজ্যিক ২০১৫ ৩ বছৰ
২৪ চৈয়দ আব্দুল মালিক বঁটা ৰাজ্যিক ২০১৫ ৩ বছৰ
২৫ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা ৰাজ্যিক ২০১৭

||২৬||অসম ৱিভূষন||ৰাজ্যিক ||২০২২||

আন বঁটা-সন্মানসমূহ[সম্পাদনা কৰক]

লগতে পঢ়ক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]