সমললৈ যাওক

বিমলা কুমাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাৰুংবাম বিমলা কুমাৰী দেৱী

ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণ কৰি থকা অৱস্থাত বিমলা কুমাৰী (বাওঁফালে)
জন্ম ভাৰতৰ মণিপুৰ
পেচা চিকিৎসক
সক্ৰিয় হৈ থকা সময় ১৯৭৯ চনৰ পৰা
জনা যায় গ্ৰামাঞ্চলত চিকিৎসা সেৱা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
ডঃ বি. আৰ. আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা

সাৰুংবাম বিমলা কুমাৰী দেৱী (ইংৰাজী: Bimola Kumari) এগৰাকী ভাৰতীয় চিকিৎসক তথা ভাৰতৰ মণিপুৰ ৰাজ্যৰ ইম্ফল পশ্চিম অঞ্চলৰ মুখ্য চিকিৎসা বিষয়া।[1][2] ১৯৭৯ চনৰ পৰা মণিপুৰ ৰাজ্যিক চিকিৎসা সেৱাত সেৱা আগবঢ়োৱাৰ লগতে বেছিভাগ সময় গ্ৰাম্য অঞ্চলত কৰ্মৰত আছিল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মণিপুৰ ভ্ৰমণৰ সময়ত তেওঁ খাদ্য সুৰক্ষা কাৰ্যালয়ৰ মুৰব্বী হৈ আছিল।[3] ২০১৪ চনৰ ডঃ বি. আৰ. আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা কুমাৰীক ২০১৫ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰিছিল।[3][4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "India Medical Times". India Medical Times. 26 January 2015. Archived from the original on 23 April 2017. https://web.archive.org/web/20170423130539/http://www.indiamedicaltimes.com/2015/01/26/dr-ambrish-mithal-dr-ashok-seth-to-be-conferred-with-padma-bhushan-award/। আহৰণ কৰা হৈছে: 20 February 2015. 
  2. "DNA India". DNA India. 25 January 2015. http://www.dnaindia.com/entertainment/report-jahnu-barua-5-others-from-north-east-in-padma-awards-list-2055647। আহৰণ কৰা হৈছে: 20 February 2015. 
  3. 3.0 3.1 . 2015. Archived from the original on 18 October 2018. https://web.archive.org/web/20181018082653/https://www.ifp.co.in/page/items/25084/state-doctor-to-be-conferred-padma-shri. 
  4. "Padma Awards". Padma Awards. 2015. Archived from the original on 28 January 2015. https://web.archive.org/web/20150128022143/http://pib.nic.in/newsite/PrintRelease.aspx?relid=114952। আহৰণ কৰা হৈছে: 16 February 2015.