বিশাখা দত্ত
অৱয়ব
| বিশাখা দত্ত | |
|---|---|
AWID 2016ত বিশাখা দত্ত | |
| পেচা | সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা |
বিশাখা দত্ত এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, সমাজকৰ্মী আৰু এগৰাকী প্ৰাক্তন সাংবাদিক।[1] তেওঁ লিংগ, যৌনতা আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা মুম্বাইস্থিত পইণ্ট অৱ ভিউৰ সহ-প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা।[2] তেওঁ ক্ৰিয়েটিং ৰিচ'ৰ্ছ ফৰ এম্পাৱাৰমেণ্ট ইন একচন আৰু ৱিকিমিডিয়া ফাউণ্ডেশ্যন (২০১০–২০১৪)কে ধৰি অলাভজনক সংস্থাসমূহৰ ব'ৰ্ডতো কাৰ্যনিৰ্বাহ কৰে,[3] য'ত তেওঁ প্ৰথমগৰাকী ভাৰতীয় আছিল যিয়ে ব'ৰ্ড অৱ ট্ৰাষ্টীত কাৰ্যনিৰ্বাহ কৰিছিল।[1][4]
জীৱন আৰু কৰ্ম
[সম্পাদনা কৰক]১৯৯৮ চনত দত্তই সম্পাদনা কৰে এণ্ড হু ৱিল মেইক দ্য চাপাতিচ?, যিখন হ'ল ভাৰতৰ মহাৰাষ্ট্ৰত গঠন হোৱা সৰ্বমহিলা ৰাজনৈতিক পঞ্চায়তসমূহৰ এক আভাস মূলক গ্ৰন্থ।[5] ২০০৩ চনত তেওঁৰ তথ্যচিত্ৰ In the Flesh: three lives in prostitution মুক্তি লাভ কৰে।[6][7]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Bishakha Datta সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিশাখা দত্ত সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Point of View, official website
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Kurup, Deepa (14 April 2010). "And now, Wikipedia India's new face". The Hindu. http://www.thehindu.com/news/national/and-now-wikipedia-indias-new-face/article396385.ece। আহৰণ কৰা হৈছে: 2014-11-05.
- ↑ "Board". Point of View. Archived from the original on 17 March 2019. https://web.archive.org/web/20190317081135/http://pointofview.org/about-us/Board.aspx। আহৰণ কৰা হৈছে: 2014-11-05.
- ↑ "Press releases: Bishakha Datta to join Wikimedia Foundation Board of Trustees". Wikimedia Foundation. 5 April 2010. https://wikimediafoundation.org/wiki/Press_releases/Bishakha_Datta_to_join_Wikimedia_Foundation_Board_of_Trustees। আহৰণ কৰা হৈছে: 2014-11-05.
- ↑ . 6 April 2010. http://www.livemint.com/2010/04/06161429/QampA-with-Bishakha-Datta-F.html?h=B.
- ↑ "Book Review: And Who Will Make the Chapatis?". SAWNET. 2009-02-16. Archived from the original on 17 February 2007. https://web.archive.org/web/20070217172636/http://www.sawnet.org/books/reviews.php?And+Who+Will+Make+the+Chapatis%3F। আহৰণ কৰা হৈছে: 2010-11-27.
- ↑ "The Hindu : Sex, truth, and videotape". The Hindu. 2002-08-29. Archived from the original on 31 August 2010. https://web.archive.org/web/20100831234308/http://www.hinduonnet.com/thehindu/mp/2002/08/29/stories/2002082900250200.htm। আহৰণ কৰা হৈছে: 2010-11-27.
- ↑ Sharma, Kanika (15 Nov 2013). "Flesh Talkies". MiD DAY. http://www.mid-day.com/articles/flesh-talkies/240397। আহৰণ কৰা হৈছে: 2014-11-05.