প্ৰশান্ত নীল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে
16 নং শাৰী: 16 নং শাৰী:
| family =
| family =
}}
}}
'''প্ৰশান্ত নীল''' ({{lang-en|Prashanth Neel}}; জন্ম ৪ জুন ১৯৮০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ৷ তেওঁ মুখ্যতঃ কন্নড় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত। তেওঁ চলচ্চিত্ৰ জগতত ২০১৪ চনৰ কন্নড় চলচ্চিত্ৰ ''উগ্ৰাম''ৰ জৰিয়তে আত্মপ্ৰকাশ কৰে আৰু পিছলৈ ''কে.জি.এফ. : চেপ্তাৰ ১'' (২০১৮) আৰু ''কে.জি.এফ. : চেপ্তাৰ ২'' (২০২২) পৰিচালনা কৰে৷
'''প্ৰশান্ত নীল''' ({{lang-en|Prashanth Neel}}; জন্ম ৪ জুন ১৯৮০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ৷ তেওঁ মুখ্যতঃ কন্নড় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত। তেওঁ চলচ্চিত্ৰ জগতত ২০১৪ চনৰ কন্নড় চলচ্চিত্ৰ ''উগ্ৰাম''ৰ জৰিয়তে আত্মপ্ৰকাশ কৰে আৰু পিছলৈ ''কে.জি.এফ. : চেপ্তাৰ ১'' (২০১৮) আৰু ''কে.জি.এফ. : চেপ্তাৰ ২'' (২০২২) পৰিচালনা কৰে৷ এই ছবিসমূহ কৰ্ণাটক চিনেমাৰ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।<ref>{{Cite news |title=প্ৰশান্ত নীল সকলো চিনেমা |work=FilmiBug |url=https://www.filmibug.com/list-of-prashanth-neel-movies/ |access-date=2023-03-31}}</ref>


== ব্যক্তিগত জীৱন ==
== ব্যক্তিগত জীৱন ==

08:02, 6 June 2023ৰ সংস্কৰণ

প্ৰশান্ত নীল

২০২২ চনত প্ৰশান্ত নীল
জন্ম ৪ জুন, ১৯৮০ (৪৩ বছৰ)[1]
হাচান, কৰ্ণাটক, ভাৰত
পেচা
  • চলচ্চিত্ৰ পৰিচালক
  • চিত্ৰনাট্যকাৰ
সক্ৰিয় হৈ থকা সময় ২০১৪-বৰ্তমানলৈ
দাম্পত্যসঙ্গী লিকিথা (বি. ২০১০)
সন্তান

প্ৰশান্ত নীল (ইংৰাজী: Prashanth Neel; জন্ম ৪ জুন ১৯৮০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ৷ তেওঁ মুখ্যতঃ কন্নড় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত। তেওঁ চলচ্চিত্ৰ জগতত ২০১৪ চনৰ কন্নড় চলচ্চিত্ৰ উগ্ৰামৰ জৰিয়তে আত্মপ্ৰকাশ কৰে আৰু পিছলৈ কে.জি.এফ. : চেপ্তাৰ ১ (২০১৮) আৰু কে.জি.এফ. : চেপ্তাৰ ২ (২০২২) পৰিচালনা কৰে৷ এই ছবিসমূহ কৰ্ণাটক চিনেমাৰ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।[2]

ব্যক্তিগত জীৱন

তেওঁ ২০১০ চনত লিখিথা (Likhitha) -ক বিয়া কৰায়। এই দম্পতীহালৰ এগৰাকী কন্যা আৰু পুত্ৰ সন্তান আছে।[3]

চলচ্চিত্ৰপঞ্জী

টোকা
Films that have not yet been released এতিয়াও মুক্তি লাভ কৰা নাই
বৰ্ষ চলচ্চিত্ৰ পৰিচালক লেখক ভাষা টোকা
২০১৪ উগ্ৰাম হয় হয় কন্নড়
২০১৮ কে.জি.এফ. : চেপ্তাৰ ১ হয় হয়
২০২২ কে.জি.এফ. : চেপ্তাৰ ২ হয় হয়
Bagheera (বাঘীৰা) dagger নহয় হয় ফিল্মিং[4]
২০২৩ চালাৰ dagger হয় হয় কন্নড়
তেলেগু
ফিল্মিং[5]

তথ্যসূত্ৰ

বাহ্যিক সংযোগ