অসমত হত্যাৰ বলি হোৱা সাংবাদিকৰ তালিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
92 নং শাৰী: 92 নং শাৰী:
|[[image:Replace this image male.svg|50px]]
|[[image:Replace this image male.svg|50px]]
|-
|-
| জিতেন চুতীয়া
| জিতেন চুতীয়া দৈনিক অগ্ৰদূত

|
|
| সাংবাদিক
| সাংবাদিক

19:34, 9 June 2023ৰ সংস্কৰণ

১৯৮৭ চনৰ পৰা বিশজনতকৈও অধিক সম্পাদক, সাংবাদিক বা সংবাদপত্ৰৰ লগত জড়িত ব্যক্তিক অসমত হত্যা কৰা হৈছে।

নাম মিডিয়া পদ কৰ্মস্থলী হত্যাকাৰী হত্যাৰ স্থান বছৰ চিত্ৰ
পুনৰমল আগৰৱালা দা আচাম ট্ৰিবিউন সংবাদদাতা কামপুৰ আলফা কামপুৰ ১৯৮৭
কমলা শইকীয়া আজিৰ অসম স্থানীয় সংবাদদাতা শিৱসাগৰ আলফা শিৱসাগৰ ৯ আগষ্ট
১৯৯১
পবিত্ৰ নাৰায়ণ দা নৰ্থ ইষ্ট টাইম্‌ছ সংবাদদাতা শিৱসাগৰ সন্দেহযুক্ত চোৰাং কাঠ ব্যৱসায়ী সোণাৰী, শিৱসাগৰ ১৯ আগষ্ট
১৯৯৫
দীপক স্বৰ্গীয়াৰী সাংবাদিক গোৰেশ্বৰ অচিনাক্ত উগ্ৰবাদী ২৪ চেপ্তেম্বৰ
১৯৯৫
মাণিক দেউৰী সাংবাদিক গোৰেশ্বৰ বি.এল.টি. ডিফু April 26
1996
পৰাগ কুমাৰ দাস অসমীয়া প্ৰতিদিন কাৰ্যবাহী সম্পাদক গুৱাহাটী ছালফা গুৱাহাটী ১৭ মে'
১৯৯৬
পাঞ্জা আলী স্থানীয় সংবাদদাতা অচিনাক্ত উগ্ৰবাদী কচুগাঁও, কোকৰাঝাৰ ১৯৯৭
নুৰুল হক স্থানীয় সংবাদদাতা সন্দেহযুক্ত মাফিয়া হোজাই, নগাঁও ১৯৯৮
আলফেইড চাজাদ চিত্ৰগ্ৰহণকাৰী গ্ৰেনেড বিস্ফোৰণ শিৱসাগৰ এচ.পি. কাৰ্যালয়ৰ ভিতৰত ১৯৯৯
জিতেন চুতীয়া দৈনিক অগ্ৰদূত সাংবাদিক গ্ৰেনেড বিস্ফোৰণ শিৱসাগৰ এচ.পি. কাৰ্যালয়ৰ ভিতৰত ১৯৯৯
ৰত্নেশ্বৰ শৰণীয়া শাস্ত্ৰী জ্যেষ্ঠ সাংবাদিক আলফা বৰপেটা ৩১ ডিচেম্বৰ
১৯৯৯
দীনেশ ব্ৰহ্ম সাংবাদিক গুপ্তঘাতক ধুবুৰী ২৪ মাৰ্চ
২০০৩
ইন্দ্ৰমোহন হাকচামা আমাৰ অসম স্থানীয় সংবাদদাতা আগীয়া, গোৱালপাৰা ২০০৩
প্ৰহ্লাদ গোৱালা অসমীয়া খবৰ সংবাদদাতা গোলাঘাট ৬ জানুৱাৰী
২০০৫
কনক ৰাজ মেধি সাংবাদিক শুৱালকুচি ৰহস্যজনক পৰিস্থিতিত মৃত্যু ২৯ অক্টোবৰ
২০০৬
মহম্মদ মুচলিমুদ্দিন সাংবাদিক হোজাই ২০০৭
ব'ড'চা নাৰ্জাৰী বড়োলেণ্ড টি.ভি. নিৰ্দেশক সন্দেহযুক্ত পূৰ্ব বি.এল.টি. আৰু বি.পি.এফ.ৰ যুৱ গোটৰ সদস্য ভবাণীপুৰ, কোকৰাঝাৰ ১ এপ্ৰিল
২০০৭
জগজিত শইকীয়া আমাৰ অসম সংবাদদাতা কোকৰাঝাৰ কোকৰাঝাৰ ২২ নৱেম্বৰ
২০০৮
অনিল মজুমদাৰ আজি কাৰ্যবাহী সম্পাদক অচিনাক্ত বন্দুকধাৰী ৰাজগড়, গুৱাহাটী ২৪ মাৰ্চ
২০০৯

তথ্যসূত্ৰ