ইউনিক’ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.3) (ৰবট যোগ দিছে :ks:یونیکوڈ
Style / Tag
1 নং শাৰী: 1 নং শাৰী:
{{Stub}}
[[Category:কম্পিউটাৰ বিজ্ঞান]]
[[File:Unicode logo.svg|thumb|right|180px|২০০৯ চনৰ অক্টোবৰৰ পৰা ব্যৱহৃত ইউনিক’ডৰ অফিছিয়েল ল’গো]]
[[File:Unicode logo.svg|thumb|right|180px|২০০৯ চনৰ অক্টোবৰৰ পৰা ব্যৱহৃত ইউনিক’ডৰ অফিছিয়েল ল’গো]]
'''ইউনিক’ড''' হৈছে [[কম্পিউটাৰ]]ৰ লিখন প্ৰণালীত থকা [[আখৰ]] বা চিনবোৰৰ সংহত নিয়মীকৰণ,নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক [[কাৰিকৰী মান]] । ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে । শেহতীয়াকৈ ইউনিক’ডে বিশ্বৰ ৯৩ টা [[লিপি]]ৰ ১,০৭,০০০ টা চিহ্নক সামৰি লৈছে ।
'''ইউনিক’ড''' ({{en|Unicode}}) হৈছে [[কম্পিউটাৰ]]ৰ লিখন প্ৰণালীত থকা [[আখৰ]] বা চিনবোৰৰ সংহত নিয়মীকৰণ,নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক [[কাৰিকৰী মান]] । ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে । শেহতীয়াকৈ ইউনিক’ডে বিশ্বৰ ৯৩ টা [[লিপি]]ৰ ১,০৭,০০০ টা চিহ্নক সামৰি লৈছে ।

কম্পিউটাৰত প্ৰধানত: [[সংখ্যা]]ৰ ব্যৱহাৰ হয় । ই আখৰ বা অন্য চিনক এটা এটা সংখ্যাৰে বুজাই সাঁচি থয় । ইউনিক’ড উদ্ভাৱন কৰা হোৱাৰ পূৰ্বে এই সংখ্যাবোৰ প্ৰদান কৰিবলৈ শ শ নিয়মীকৰণ পদ্ধতি আছিল । কিন্তু স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবে কোনো এটা পদ্ধতিয়েই যথেষ্ট সংখ্যক চিহ্ন সামৰি ল’ব পৰা নাছিল, যেনে- [[ইউৰোপ]]ৰ সকলো [[ভাষা]]ক সামৰি ল’বলৈ বহুতো পদ্ধতিৰ দৰকাৰ হয় । কেৱল [[ইংৰাজী]]ৰ দৰে এটা মাত্ৰ ভাষাৰ সকলোবোৰ আখৰ,ছেদ চিহ্ন আৰু কাৰিকৰী চিহ্ন বুজাবলৈ কোনো এটা পদ্ধতিয়েই উপযুক্ত নাছিল । ইফালে নিয়মীকৰণ পদ্ধতিবোৰৰো ইটো সিটোৰ মাজত অমিল আছিল , যেনে- দুটা পদ্ধতিয়ে একেটা সংখ্যাকে দুটা বেলেগ বেলেগ চিন বুজাবলৈ নাইবা একেটা চিনৰ বাবে দুটা সংখ্যা ব্যৱহাৰ কৰিব পাৰে । গতিকে এটা কম্পিউটাৰত বা [[চাৰ্ভাৰ]]ত কোনো তথ্য বেলেগ বেলেগ প্ৰণালীৰ মাজত বিচৰণ কৰোঁতে সি বেয়া হোৱাৰ আশংকা থাকে ।

7 নং শাৰী: 7 নং শাৰী:
ইউনিক’ডে এই সকলো সমস্যাৰ সমাধান কৰিছে । ইউনিক’ডে প্লেটফৰ্ম, প্ৰ’গ্ৰেম বা ভাষা নিৰ্বিশেষে প্ৰতিটো চিনকে একোটা অদ্বিতীয় সংখ্যা প্ৰদান কৰে । Apple, HP, Microsoft, Oracle, IBM আদি কোম্পানীবোৰে এই ইউনিক’ড মানক আঁকোৱালি লৈছে । এতিয়া প্ৰায় সকলোবোৰ [[অপাৰেটিং চিষ্টেম]] আৰু [[ব্ৰাউজাৰ]]ত ইউনিক’ড উপলব্ধ । ইউনিক’ডৰ উদ্ভাৱন আৰু ইয়াক ব্যৱহাৰ কৰা সঁজুলিৰ প্ৰচাৰে ছফ্টৱেৰ জগতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে ।

==বৰ্হিসংযোগ==

==তথ্য সংগ্ৰহ==
{{Reflist}}

==বাহ্যিক সংযোগ==
# http://www.unicode.org/
# http://www.unicode.org/

[[Category:কম্পিউটাৰ বিজ্ঞান]]
[[af:Unicode]]
[[af:Unicode]]
[[als:Unicode]]
[[als:Unicode]]

15:08, 1 November 2012ৰ সংস্কৰণ

২০০৯ চনৰ অক্টোবৰৰ পৰা ব্যৱহৃত ইউনিক’ডৰ অফিছিয়েল ল’গো

ইউনিক’ড ((ইংৰাজী: Unicode)) হৈছে কম্পিউটাৰৰ লিখন প্ৰণালীত থকা আখৰ বা চিনবোৰৰ সংহত নিয়মীকৰণ,নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক কাৰিকৰী মান । ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে । শেহতীয়াকৈ ইউনিক’ডে বিশ্বৰ ৯৩ টা লিপিৰ ১,০৭,০০০ টা চিহ্নক সামৰি লৈছে ।

কম্পিউটাৰত প্ৰধানত: সংখ্যাৰ ব্যৱহাৰ হয় । ই আখৰ বা অন্য চিনক এটা এটা সংখ্যাৰে বুজাই সাঁচি থয় । ইউনিক’ড উদ্ভাৱন কৰা হোৱাৰ পূৰ্বে এই সংখ্যাবোৰ প্ৰদান কৰিবলৈ শ শ নিয়মীকৰণ পদ্ধতি আছিল । কিন্তু স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবে কোনো এটা পদ্ধতিয়েই যথেষ্ট সংখ্যক চিহ্ন সামৰি ল’ব পৰা নাছিল, যেনে- ইউৰোপৰ সকলো ভাষাক সামৰি ল’বলৈ বহুতো পদ্ধতিৰ দৰকাৰ হয় । কেৱল ইংৰাজীৰ দৰে এটা মাত্ৰ ভাষাৰ সকলোবোৰ আখৰ,ছেদ চিহ্ন আৰু কাৰিকৰী চিহ্ন বুজাবলৈ কোনো এটা পদ্ধতিয়েই উপযুক্ত নাছিল । ইফালে নিয়মীকৰণ পদ্ধতিবোৰৰো ইটো সিটোৰ মাজত অমিল আছিল , যেনে- দুটা পদ্ধতিয়ে একেটা সংখ্যাকে দুটা বেলেগ বেলেগ চিন বুজাবলৈ নাইবা একেটা চিনৰ বাবে দুটা সংখ্যা ব্যৱহাৰ কৰিব পাৰে । গতিকে এটা কম্পিউটাৰত বা চাৰ্ভাৰত কোনো তথ্য বেলেগ বেলেগ প্ৰণালীৰ মাজত বিচৰণ কৰোঁতে সি বেয়া হোৱাৰ আশংকা থাকে ।

ইউনিক’ডে এই সকলো সমস্যাৰ সমাধান কৰিছে । ইউনিক’ডে প্লেটফৰ্ম, প্ৰ’গ্ৰেম বা ভাষা নিৰ্বিশেষে প্ৰতিটো চিনকে একোটা অদ্বিতীয় সংখ্যা প্ৰদান কৰে । Apple, HP, Microsoft, Oracle, IBM আদি কোম্পানীবোৰে এই ইউনিক’ড মানক আঁকোৱালি লৈছে । এতিয়া প্ৰায় সকলোবোৰ অপাৰেটিং চিষ্টেম আৰু ব্ৰাউজাৰত ইউনিক’ড উপলব্ধ । ইউনিক’ডৰ উদ্ভাৱন আৰু ইয়াক ব্যৱহাৰ কৰা সঁজুলিৰ প্ৰচাৰে ছফ্টৱেৰ জগতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে ।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

  1. http://www.unicode.org/