পৰ্যাবৃত্ত তালিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.1) (ৰবট যোগ দিছে :or:ପର୍ଯ୍ୟାୟ ସାରଣୀ
160 নং শাৰী: 160 নং শাৰী:
[[wuu:元素周期表]]
[[wuu:元素周期表]]
[[yi:פעריאדישע טאבעלע]]
[[yi:פעריאדישע טאבעלע]]
[[yo:Tábìlì ìgbà]]
[[yo:Tábìlì àsìkò àwọn ẹ́límẹ̀ntì]]
[[zh:元素周期表]]
[[zh:元素周期表]]
[[zh-classical:元素週期表]]
[[zh-classical:元素週期表]]

01:46, 5 December 2012ৰ সংস্কৰণ

পৰ্য্যাবৃত্ত তালিকা হৈছে পৰমাণু সংখ্যা অনুসৰি ৰাসায়নিক মৌলসমূহ(এতিয়ালৈকে আৱিষ্কৃত ১১৮ টা) সজোৱা তালিকা । তালিকাখনত ১৮ টা থিয় শাৰী আৰু ৭ টা পথালি শাৰী আছে । একোটা থিয় শাৰীক গ্ৰুপ বা বৰ্গ আৰু পথালি শাৰীক পিৰিয়ড বা পৰ্য্যায় বোলে । একোটা বৰ্গত থকা আটাইবোৰ মৌলৰ যোজ্যতা একে আৰু ৰাসায়নিক ধৰ্মও প্ৰায় সদৃশ । পৰ্য্যায় একোটাৰ বাওঁহাতৰ পৰা সোঁহাতলৈ মৌলবোৰৰ ধনাত্মকতা ক্ৰমান্বয়ে কমি যায়, ঋণাত্মকতা বাঢ়ি যায় । বহল পৰ্য্যাবৃত্ত তালিকাত লেন্থেন‍ইড আৰু এক্টিন‍ইডক ধৰি ৯ টা পৰ্য্যায় আছে । ৰাছিয়াৰ বিজ্ঞানী ডিমিট্ৰি মেণ্ডেলীভএ ১৮৬৯ চনত এই তালিকা পদ্ধতি উদ্ভাৱন কৰে ।