৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অ পৃষ্ঠা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)লৈ Ani ttbrয়ে স্থানান্তৰ কৰিলে |
|
(কোনো পাৰ্থক্য নাই)
|
11:33, 25 December 2012ৰ সংস্কৰণ
ৰাষ্ট্ৰীয় ঘাইপথ 39 | |
---|---|
Road map of India with National Highway 39 highlighted in blue | |
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
উত্তৰ end | নুমলীগড়, অসম |
দক্ষিণ end | ভাৰত-ম্যানমাৰ সীমান্ত |
Location | |
States | অসম: 115 km (71 মাইল) নাগালেণ্ড: 100 km (62 মাইল) মণিপুৰ: 211 km (131 মাইল) |
Primary destinations | গোলাঘাট - ডিমাপুৰ - ক'হিমা - সেনাপতি - ইম্ফল |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 39, চমুকৈ NH 39) অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছে। এই পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৪৩৬ কিঃমিঃ (২৭১ মাইল)। ইয়াৰ ভিতৰত অসমত ১১৫ কিঃমিঃ (২১ মাইল), নাগালেণ্ডত ১০০ কিঃমিঃ (৬২ মাইল) আৰু মণিপুৰত ২১১ কিঃমিঃ (১৩১ কিঃমিঃ) আছে। [1]
সংযোজিত ঠাইসমূহ
- গোলাঘাট
- গৰমপানী
- বৰপথাৰ
- নাওজান
- বোকাজান
- ডিমাপুৰ
- ক'হিমা
- সেনাপতি
- কাঙপকপি (ইংৰাজী: Kangpokpi)
- মতবুঙ (ইংৰাজী: Motbung)
- চাৰ্হাজাৰে (ইংৰাজী: Charhajare)
- কাঙ্লাটঙবি (ইংৰাজী: Kanglatongbi)
- ইম্ফল
- থৌবল (ইংৰাজী: Thoubal)
- খাঙাবক (ইংৰাজী: Khangabok)
- পালেল (ইংৰাজী: Palel)
- টেঙনাওপাল (ইংৰাজী: Tengnoupal)
লগতে চাওক
তথ্য সংগ্ৰহ
- ↑ "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367। আহৰণ কৰা হৈছে: 2012-12-02.
বাহ্যিক সংযোগ
|