ইউনিক’ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
ৰবট যোগ দিছে :bar:Unicode
Bot: Migrating 87 interwiki links, now provided by Wikidata on d:q8819 (translate me)
19 নং শাৰী: 19 নং শাৰী:


[[Category:কম্পিউটাৰ বিজ্ঞান]]
[[Category:কম্পিউটাৰ বিজ্ঞান]]

[[af:Unicode]]
[[als:Unicode]]
[[ar:يونيكود]]
[[az:Unicode]]
[[bar:Unicode]]
[[be:Юнікод]]
[[be-x-old:Юнікод]]
[[bg:Уникод]]
[[bn:ইউনিকোড]]
[[br:Unicode]]
[[bs:Unikod]]
[[ca:Unicode]]
[[chr:Unicode/Cherokee]]
[[ckb:یوونیکۆد]]
[[cs:Unicode]]
[[da:Unicode]]
[[de:Unicode]]
[[el:Unicode]]
[[en:Unicode]]
[[eo:Unikodo]]
[[es:Unicode]]
[[et:Unicode]]
[[eu:Unicode]]
[[fa:یونی‌کد]]
[[fi:Unicode]]
[[fr:Unicode]]
[[ga:Unicode]]
[[gl:Unicode]]
[[he:יוניקוד]]
[[hi:यूनिकोड]]
[[hr:Unicode]]
[[hu:Unicode]]
[[hy:Յունիկոդ]]
[[ia:Unicode]]
[[id:Unicode]]
[[ilo:Unicode]]
[[is:Unicode]]
[[it:Unicode]]
[[ja:Unicode]]
[[jv:Unicode]]
[[ka:უნიკოდი]]
[[kk:Юникод]]
[[kn:ಯುನಿಕೋಡ್]]
[[ko:유니코드]]
[[ks:یونیکوڈ]]
[[ku:Unicode]]
[[ky:Юникод]]
[[lt:Unikodas]]
[[lv:Unikods]]
[[mhr:Unicode]]
[[ml:യൂണികോഡ്]]
[[mn:Юникод]]
[[mr:युनिकोड]]
[[ms:Unicode]]
[[nds:Unicode]]
[[ne:युनिकोड]]
[[new:युनिकोड]]
[[nl:Unicode]]
[[nn:Unicode]]
[[no:Unicode]]
[[pl:Unicode]]
[[pt:Unicode]]
[[ro:Unicode]]
[[ru:Юникод]]
[[sah:Юникод]]
[[sh:Unikod]]
[[simple:Unicode]]
[[sk:Unicode]]
[[sl:Unicode]]
[[sq:Unicode]]
[[sr:Unikod]]
[[sv:Unicode]]
[[ta:ஒருங்குறி]]
[[te:యూనికోడ్]]
[[tg:Юникод]]
[[th:ยูนิโคด]]
[[tl:Unikodigo]]
[[tr:Unicode]]
[[uk:Юнікод]]
[[ur:یکرمزی]]
[[vi:Unicode]]
[[wa:Unicôde]]
[[yi:יוניקאד]]
[[yo:Unicode]]
[[zh:Unicode]]
[[zh-min-nan:Thong-iōng-bé]]
[[zh-yue:統一碼]]

18:30, 7 March 2013ৰ সংস্কৰণ


২০০৯ চনৰ অক্টোবৰৰ পৰা ব্যৱহৃত ইউনিক’ডৰ অফিছিয়েল ল’গো

ইউনিক’ড ((ইংৰাজী: Unicode)) হৈছে কম্পিউটাৰৰ লিখন প্ৰণালীত থকা আখৰ বা চিনবোৰৰ সংহত নিয়মীকৰণ,নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক কাৰিকৰী মান । ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে । শেহতীয়াকৈ ইউনিক’ডে বিশ্বৰ ৯৩ টা লিপিৰ ১,০৭,০০০ টা চিহ্নক সামৰি লৈছে ।

কম্পিউটাৰত প্ৰধানত: সংখ্যাৰ ব্যৱহাৰ হয় । ই আখৰ বা অন্য চিনক এটা এটা সংখ্যাৰে বুজাই সাঁচি থয় । ইউনিক’ড উদ্ভাৱন কৰা হোৱাৰ পূৰ্বে এই সংখ্যাবোৰ প্ৰদান কৰিবলৈ শ শ নিয়মীকৰণ পদ্ধতি আছিল । কিন্তু স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবে কোনো এটা পদ্ধতিয়েই যথেষ্ট সংখ্যক চিহ্ন সামৰি ল’ব পৰা নাছিল, যেনে- ইউৰোপৰ সকলো ভাষাক সামৰি ল’বলৈ বহুতো পদ্ধতিৰ দৰকাৰ হয় । কেৱল ইংৰাজীৰ দৰে এটা মাত্ৰ ভাষাৰ সকলোবোৰ আখৰ,ছেদ চিহ্ন আৰু কাৰিকৰী চিহ্ন বুজাবলৈ কোনো এটা পদ্ধতিয়েই উপযুক্ত নাছিল । ইফালে নিয়মীকৰণ পদ্ধতিবোৰৰো ইটো সিটোৰ মাজত অমিল আছিল , যেনে- দুটা পদ্ধতিয়ে একেটা সংখ্যাকে দুটা বেলেগ বেলেগ চিন বুজাবলৈ নাইবা একেটা চিনৰ বাবে দুটা সংখ্যা ব্যৱহাৰ কৰিব পাৰে । গতিকে এটা কম্পিউটাৰত বা চাৰ্ভাৰত কোনো তথ্য বেলেগ বেলেগ প্ৰণালীৰ মাজত বিচৰণ কৰোঁতে সি বেয়া হোৱাৰ আশংকা থাকে ।

ইউনিক’ডে এই সকলো সমস্যাৰ সমাধান কৰিছে । ইউনিক’ডে প্লেটফৰ্ম, প্ৰ’গ্ৰেম বা ভাষা নিৰ্বিশেষে প্ৰতিটো চিনকে একোটা অদ্বিতীয় সংখ্যা প্ৰদান কৰে । Apple, HP, Microsoft, Oracle, IBM আদি কোম্পানীবোৰে এই ইউনিক’ড মানক আঁকোৱালি লৈছে । এতিয়া প্ৰায় সকলোবোৰ অপাৰেটিং চিষ্টেম আৰু ব্ৰাউজাৰত ইউনিক’ড উপলব্ধ । ইউনিক’ডৰ উদ্ভাৱন আৰু ইয়াক ব্যৱহাৰ কৰা সঁজুলিৰ প্ৰচাৰে ছফ্টৱেৰ জগতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে ।


তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ

  1. http://www.unicode.org/
  2. http://www.xahitya.org/%E0%A6%87-%E0%A6%9C%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A6%95%E0%A7%80-%E0%A6%AF%E0%A7%81%E0%A6%97/
  3. http://kuhipat.org/index.php?option=com_content&view=article&id=46%3A2011-07-12-15-59-07&catid=45%3A2011-07-09-08-55-17&Itemid=54&lang=as