দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
(edited with ProveIt)
29 নং শাৰী: 29 নং শাৰী:
নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল ''বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা''। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name=aa />
নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল ''বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা''। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name=aa />


দীপালী বৰঠাকুৰে [[পদ্মশ্ৰী]] সন্মান (১৯৯৮)<ref>http://www.artslant.com/ind/events/show/131548-hieroglyphs</ref><ref>http://www.rediff.co.in/news/1998/jan/27padma.htm</ref>, [[অসম চৰকাৰ]]ৰ [[শিল্পী বঁটা]](২০১০)<ref>http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04</ref>, 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭) লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।<ref name=aa />।
দীপালী বৰঠাকুৰে [[পদ্মশ্ৰী]] সন্মান (১৯৯৮)<ref>{{cite web|url=http://www.artslant.com/ind/events/show/131548-hieroglyphs |title=October 16th, 2010 - October 28th, 2010, The Strand Art Room, Neel Pawan Baruah |publisher=ArtSlant |date= |accessdate=2013-04-01}}</ref><ref>{{cite web|url=http://www.rediff.co.in/news/1998/jan/27padma.htm |title=Rediff On The NeT: Nani Palkhivala, Lakshmi Sehgal conferred Padma Vibushan |publisher=Rediff.co.in |date=1998-01-27 |accessdate=2013-04-01}}</ref>, [[অসম চৰকাৰ]]ৰ [[শিল্পী বঁটা]](২০১০)<ref>{{cite web|author=TI Trade |url=http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04 |title=The Assam Tribune Online |publisher=Assamtribune.com |date=2010-01-18 |accessdate=2013-04-01}}</ref>, 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭) লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।<ref name=aa />।


দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ<ref name="assamspider3374">{{cite web | url=http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx | title=Deepali-Borthakur | publisher=assamspider.com | accessdate=April 02, 2013}}</ref>
দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ<ref name="assamspider3374">{{cite web | url=http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx | title=Deepali-Borthakur | publisher=assamspider.com | accessdate=April 02, 2013}}</ref>
39 নং শাৰী: 39 নং শাৰী:


==উপসংহাৰ==
==উপসংহাৰ==
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ ''[[মটৰ নিউৰণ ৰোগ]]''ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱা]]ৰ লগত বিবাহ পাশত আৱদ্ধ হয়।<ref name=art />
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ ''[[মটৰ নিউৰণ ৰোগ]]''ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱা]]ৰ লগত বিবাহ পাশত আৱদ্ধ হয়<ref name="telegraphindia.com">{{cite journal | url=http://www.telegraphindia.com/1031226/asp/guwahati/story_2719265.asp | title=A tribute to marriage of arts & minds - Book on celebrity couple | journal=The Telegraph | year=2003 | month=December 26}}</ref>


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

20:01, 1 April 2013ৰ সংস্কৰণ

দীপালী বৰঠাকুৰ
প্ৰাথমিক তথ্য
জন্ম ৩০ জানুৱাৰী, ১৯৮১ (৪৩ বছৰ)
নীলমনি বাগান, সোণাৰি, শিৱসাগৰ জিলা
পেচা কণ্ঠশিল্পী
কাৰ্যকাল ১৯৫৫-১৯৬৯


দীপালী বৰঠাকুৰ (ইংৰাজী: Deepali Borthakur, জন্ম:৩০ জানুৱাৰী, ১৯৪১) অসমৰ এগৰাকী কণ্ঠশিল্পী। ১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাসোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল[1]

সাংগীতিক জীৱন

নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।[1]

দীপালী বৰঠাকুৰে পদ্মশ্ৰী সন্মান (১৯৯৮)[2][3], অসম চৰকাৰশিল্পী বঁটা(২০১০)[4], 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭) লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।[1]

দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ[5]

  • সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
  • জোনধনে জোনালীতে
  • কণমান বৰশীৰে চিপ
  • চেনাই মই যাওঁ দেই
  • অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা

উপসংহাৰ

১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'[1] এইখিনি সময়তে দীপালী বৰঠাকুৰ মটৰ নিউৰণ ৰোগত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়[6]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 শুচিব্ৰত ৰয়, শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন, আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
  2. "October 16th, 2010 - October 28th, 2010, The Strand Art Room, Neel Pawan Baruah". ArtSlant. http://www.artslant.com/ind/events/show/131548-hieroglyphs। আহৰণ কৰা হৈছে: 2013-04-01. 
  3. "Rediff On The NeT: Nani Palkhivala, Lakshmi Sehgal conferred Padma Vibushan". Rediff.co.in. 1998-01-27. http://www.rediff.co.in/news/1998/jan/27padma.htm। আহৰণ কৰা হৈছে: 2013-04-01. 
  4. TI Trade (2010-01-18). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04। আহৰণ কৰা হৈছে: 2013-04-01. 
  5. "Deepali-Borthakur". assamspider.com. http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx। আহৰণ কৰা হৈছে: April 02, 2013. 
  6. "A tribute to marriage of arts & minds - Book on celebrity couple". The Telegraph. December 26 2003. http://www.telegraphindia.com/1031226/asp/guwahati/story_2719265.asp.