খনিজ পদাৰ্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
65 বাইট যোগ দিয়া হ’ল ,  9 বছৰৰ পূৰ্বে
শ্ৰেণী:ৰসায়ন বিজ্ঞান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
(নতুন পৃষ্ঠা: == সংজ্ঞা - খনিজ পদার্থ কি ? == খনিজ পদার্থ হৈছে প্রাকৃতিকভাৱে উপল...)
 
(শ্ৰেণী:ৰসায়ন বিজ্ঞান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে)
== খনিজ পদার্থৰ প্রকাৰসমূহ ==
পৃথিৱীৰ খোলাটোৰ গঠন আৰু ৰচনা চিলিকন(silicon) আৰু অক্সিজেন(oxygen)ৰ দ্বাৰা প্রভাৱিত হয় । গতিকে, চিলিকেট(silicate) উপাদানসমূহ শিলা গঠন আৰু বৈচিত্রৰ ফালৰপৰা সকলোতকৈ গুৰুত্বপূর্ণ শ্রেণীৰ খনিজ পদার্থ । অনা-চিলিকেট(non-silicate) খনিজ পদার্থসমূহো অর্থনৈতিক দিশৰপৰা খুবেই দৰকাৰী । অনা-চিলিকেট খনিজ পদার্থসমূহক সিহতৰ প্ৰধান ৰাসায়নিক ধর্মৰ ওপৰত ভিত্তি কৰি কেইটামান শ্রেণীত উপ-বিভাজিত কৰা হৈছে । সেই শ্রেণীসমূহ হৈছে, চালফাইড, হেলাইড, ওক্সাইড, হাইদ্র’ক্সাইড, কার্বনেট, নাইট্রেট, ব’ৰেট, চালফেট, ফচফেট আৰু জৈৱ যৌগ । সৰহসংখ্যক প্ৰজাতিৰ অনা-চিলিকেট খনিজ পদার্থই অত্যন্ত বিৰল । আন কিছুমান আকৌ অতি সহজভাৱে উপলব্ধ, যেনে, কেলচাইট, পাইৰাইট, মেগনেটাইট, হেমেটাইট ইত্যাদি ।
 
[[শ্ৰেণী:ৰসায়ন বিজ্ঞান]]

সা-সঁজুলি