মৰিগাঁও জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
32 নং শাৰী: 32 নং শাৰী:
২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩।
২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩।

== '''মৰিগাঁও জিলাৰ গঠন'''==
== মৰিগাঁও জিলাৰ প্ৰশাসনিক গঠন ==
মৰিগাঁও জিলাত বৰ্তমান ৭ টা উন্নয়ণ খণ্ড (Development Block) আছে। ইয়াৰে ৫ টা উন্নয়ণ খণ্ড সম্পূৰ্ণভাৱে মৰিগাঁও জিলাত অৱস্থিত আৰু বাকী থকা ২ টা উন্নয়ণ খণ্ডৰ অংশবিশেষ মৰিগাঁও জিলাৰ অন্তৰ্গত।
মৰিগাঁও জিলাত বৰ্তমান ৭ টা উন্নয়ণ খণ্ড (Development Block) আছে। ইয়াৰে ৫ টা উন্নয়ণ খণ্ড সম্পূৰ্ণভাৱে মৰিগাঁও জিলাত অৱস্থিত আৰু বাকী থকা ২ টা উন্নয়ণ খণ্ডৰ অংশবিশেষ মৰিগাঁও জিলাৰ অন্তৰ্গত।
বৰ্তমান মৰিগাঁও জিলাৰ উন্নয়ণ খণ্ড সমূহ হল-

বৰ্তমান মৰিগাঁও জিলাৰ উন্নয়ণ খণ্ড সমূহ হল-

45 নং শাৰী: 45 নং শাৰী:
'''মৰিগাঁও জিলাত মুঠ ৫ টা ৰাজহ চক্ৰ (Revenue Circle) আছে।'''

'''মৰিগাঁও জিলাত মুঠ ৫ টা ৰাজহ চক্ৰ (Revenue Circle) আছে।'''

ৰাজহ চক্ৰ কেইটা হল-
১। মায়ং ৰাজহ চক্ৰ
২। মৰিগাঁও ৰাজহ চক্ৰ
৩। ভূৰাগাঁও ৰাজহ চক্ৰ
৪। লাহৰিঘাট ৰাজহ চক্ৰ
৫। মিকিৰভেটা ৰাজহ চক্ৰ

ৰাজহ চক্ৰ কেইটা হল-
১। মায়ং ৰাজহ চক্ৰ
২। মৰিগাঁও ৰাজহ চক্ৰ
৩। ভূৰাগাঁও ৰাজহ চক্ৰ
৪। লাহৰিঘাট ৰাজহ চক্ৰ
৫। মিকিৰভেটা ৰাজহ চক্ৰ

মৰিগাঁও জিলাত সৰ্ব্বমুঠ ৮৫ টা গাঁও পঞ্চায়ত আছে।

ইয়াৰে ভূৰবন্ধা উন্নয়ণ খণ্ডত ১৩ টা, কপিলী উন্নয়ণ খণ্ডত ৫ টা (মুঠ ৮ টা গাঁও পঞ্চায়ত, তাৰে ৩ টা নগাঁও জিলাত অৱস্থিত), লাহৰিঘাট উন্নয়ণ খণ্ডত ২৪ টা, মায়ং উন্নয়ণ খণ্ডত ২৭ টা, মৈৰাবাৰী উন্নয়ণ খণ্ডত ১১ টা (মুঠ ১৭ টা গাঁও পঞ্চায়ত, তাৰে ৬ টা নগাঁও জিলাত অৱস্থিত), বটদ্ৰৱা উন্নয়ণ খণ্ডত ১ টা আৰু দলংঘাট উন্নয়ণ খণ্ডত ৪ টা গাঁও পঞ্চায়ত আছে।

==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

15:49, 23 August 2013ৰ সংস্কৰণ

মৰিগাঁও জিলা
—  জিলা  —
অসমৰ মানচিত্ৰত মৰিগাঁও জিলাৰ অৱস্থান
অসমৰ মানচিত্ৰত মৰিগাঁও জিলাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ মৰিগাঁও
মাটিকালি
- মুঠ ১,৫৫০ কি.মি.
(৫৯৮.৫ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
- মুঠ ৯,৫৭,৮৫৩ জন
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
ৱেবছাইট www.morigaon.nic.in

মৰিগাঁও জিলা ভাৰতঅসম ৰাজ্যৰ সাতাইশখন জিলাৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থানৰ নামো মৰিগাঁও৷ পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল৷ ১৯৮৯ চনত ইয়াক এক সকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়৷

ভূগোল

মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১,৭০৪ বৰ্গ কিঃমিঃ ৷ জিলাখনৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নদী, পূব দিশে নগাঁও জিলা, দক্ষিণ দিশে কাৰ্বি আংলং জিলা আৰু পশ্চিম দিশে কামৰূপ মহানগৰ জিলা

কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে ৷ কিলিং নদী মটিপৰ্বত নামৰ অঞ্চলটোত কপিলি নদীৰ লগত মিলিত হৈছে আৰু তাৰ পৰা কপিলি পশ্চিম দিশে বৈ গৈছে ৷ কলং নদী জাগী দুই খুটি মুখত কপিলিৰ লগত মিলি তাৰ পৰা দুইখন নদী একেলগে ব্ৰক্ষ্মপুত্ৰ নদীত পৰিছেগৈ ৷ জিলাখনৰ সাধাৰণ ৰূপ অতিকৈ আকৰ্ষণীয় ৷

অৰ্থতন্ত্ৰ

২০০৬ বৰ্ষত ভাৰত চৰকাৰে মৰিগাঁও জিলাক দেশৰ ২৫০ খন অত্যন্ত পিছপৰা জিলাৰ ভিতৰত এখন ৰূপে ঘোষণা কৰিছে (সৰ্বমুঠ ৬৪০ জিলাৰ ভিতৰত) ৷ এই জিলা 'পিছপৰা অঞ্চল অনুদান আচনি'ৰ অধীনত পুঁজি গ্ৰহণ কৰি থকা অসমৰ ১১ খন জিলাৰ ভিতৰত অন্যতম ৷

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩।

মৰিগাঁও জিলাৰ প্ৰশাসনিক গঠন

মৰিগাঁও জিলাত বৰ্তমান ৭ টা উন্নয়ণ খণ্ড (Development Block) আছে। ইয়াৰে ৫ টা উন্নয়ণ খণ্ড সম্পূৰ্ণভাৱে মৰিগাঁও জিলাত অৱস্থিত আৰু বাকী থকা ২ টা উন্নয়ণ খণ্ডৰ অংশবিশেষ মৰিগাঁও জিলাৰ অন্তৰ্গত। বৰ্তমান মৰিগাঁও জিলাৰ উন্নয়ণ খণ্ড সমূহ হল-
১। ভূৰবন্ধা উন্নয়ণ খণ্ড
২। কপিলী উন্নয়ণ খণ্ড
৩। লাহৰিঘাট উন্নয়ণ খণ্ড
৪। মায়ং উন্নয়ণ খণ্ড
৫। মৈৰাবাৰী উন্নয়ণ খণ্ড
৬। বটদ্ৰৱা উন্নয়ণ খণ্ড (অংশ)
৭। দলংঘাট উন্নয়ণ খণ্ড (অংশ)

মৰিগাঁও জিলাত মুঠ ৫ টা ৰাজহ চক্ৰ (Revenue Circle) আছে।

তথ্য সংগ্ৰহ