ষ্ট'নহেঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
চিত্ৰ আৰু সাঁচ সংযোগ
No edit summary
9 নং শাৰী: 9 নং শাৰী:
| Year = 1986
| Year = 1986
| Session = 10th
| Session = 10th
| Link = http://whc.unesco.org/en/list/373
| locmapin = Wiltshire
| locmapin = Wiltshire
| latitude = 51.178844
| latitude = 51.178844
22 নং শাৰী: 21 নং শাৰী:
[[File:Stonehenge plan.jpg|thumb|Plan of Stonehenge in 2004. After Cleal ''et al.'' and Pitts. ''Italicised numbers in the text refer to the labels on this plan.'' Trilithon lintels omitted for clarity. Holes that no longer, or never, contained stones are shown as open circles. Stones visible today are shown coloured]]

==নিৰ্মানৰ উদ্দেশ্য==
==নিৰ্মানৰ উদ্দেশ্য==
[[File:Stonehenge phase one.jpg|thumb|Stonehenge 1. After Cleal ''et al.'']]
[[File:Stonehenge dagger.jpg|thumb|[[Graffiti]] on the sarsen stones. Below are ancient [[Stone carving|carving]]s of a dagger and an axe]]
[[File:Stonehenge dagger.jpg|thumb|[[Graffiti]] on the sarsen stones. Below are ancient [[Stone carving|carving]]s of a dagger and an axe]]
ষ্ট'নহেঞ্জ [[ইংলেণ্ড]]ৰ আটাইতকৈ বিখ্যাত প্ৰাচীন কীৰ্তিবোৰৰ অন্যতম৷ কি উদ্দেশ্যত ইয়াক নিৰ্মান কৰা হৈছিল সেয়া স্পষ্ট নহয়৷ বহুতৰ মতে সেয়া আছিল [[বিশ্ব]] দেৱতাক আৰাধনা কৰিবৰ বাবে স্থাপিত এটা মন্দিৰ৷ বহুতে আকৌ ইয়াক প্ৰাগৈতিহাসিক কালৰ কেলেণ্ডাৰৰ তাৎপৰ্যপূৰ্ণ ঘটনাবোৰ চিহ্নিত কৰিবলৈ সজা এটা মান মন্দিৰ বুলিও ক'ব খোজে৷ আন কিছুলোকে ধাৰনা কৰে যে এয়া আছিল সম্ভ্ৰান্ত লোকসকলৰ সমাধি দিয়া এখন পবিত্ৰ স্থান৷

==ষ্ট'নহেঞ্জৰ নিৰ্মানৰ কাহিনী==
==ষ্ট'নহেঞ্জৰ নিৰ্মানৰ কাহিনী==
[[File:Stone Plan.jpg|left|thumb|left|Plan of the central stone structure today; After Johnson 2008]]
[[File:Stone Plan.jpg|left|thumb|Plan of the central stone structure today; After Johnson 2008]]
ষ্ট'নহেঞ্জ কোনে সাজিছিল তাকেলৈ কেইবাটাও কাহিনী প্ৰচলিত আছে৷
ষ্ট'নহেঞ্জ কোনে সাজিছিল তাকেলৈ কেইবাটাও কাহিনী প্ৰচলিত আছে৷
*এটা কাহিনী মতে তাত কিছুমান দৈত্যই তাণ্ডৱ নৃত্য কৰি আছিল আৰু পাছত কোনো দেৱতাৰ অভিশাপত নাচি থকা দৈত্যবোৰ শিললৈ পৰিণত হৈ এই প্ৰকাণ্ড স্থাপত্য কৃতিৰ সৃষ্টি হয়৷
*এটা কাহিনী মতে তাত কিছুমান দৈত্যই তাণ্ডৱ নৃত্য কৰি আছিল আৰু পাছত কোনো দেৱতাৰ অভিশাপত নাচি থকা দৈত্যবোৰ শিললৈ পৰিণত হৈ এই প্ৰকাণ্ড স্থাপত্য কৃতিৰ সৃষ্টি হয়৷

11:44, 20 September 2013ৰ সংস্কৰণ

ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
Stonehenge, Avebury and Associated Sites
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
Stonehenge in 2007
দেশ United Kingdom
ধৰণ Cultural
মাপকাঠি i, ii, iii
উদ্ধৃতি 373
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল Europe and North America
অভিলিখনৰ ইতিহাস
অভিলিখন 1986 (10th অধিবেশন)
[[file:সাঁচ:Location map Wiltshire|220px|ষ্ট'নহেঞ্জ is located in সাঁচ:Location map Wiltshire]]<div style="position: absolute; z-index: 2; top: এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "["%; left: এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "["%; height: 0; width: 0; margin: 0; padding: 0;"><div style="position: relative; text-align: center; left: -এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "["px; top: -এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "["px; width: সাঁচ:Location map Wiltshirepx; font-size: সাঁচ:Location map Wiltshirepx; z-index:100;">[[File:সাঁচ:Location map Wiltshire|সাঁচ:Location map Wiltshirexসাঁচ:Location map Wiltshirepx|ষ্ট'নহেঞ্জ|link=|alt={{{alt}}}]]
<div style="font-size: %; line-height: 110%; z-index:90; position: relative; top: -1.5em; width: 6em; এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "["">
Map of Wiltshire showing the location of Stonehenge

ষ্ট'নহেঞ্জ (ইংৰাজী: Stonehenge) হ'ল ইংলেণ্ডৰ ছালিছবুৰি নামৰ ঠাইত অৱস্থিত এটা প্ৰাগৈতিহাসিক স্থাপত্য কৃতি৷ ১৯৮৬ চনত ইউনেস্ক'ৱে ষ্ট'নহেঞ্জক বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে ঘোষণা কৰে৷ ষ্ট'নহেঞ্জত ১৬২ টা শিল আছে আৰু তাৰ ওপৰত আছে ৩৫ টা দণ্ডাকৃতিৰ শিল৷ প্ৰকাণ্ড শিলাখণ্ডবোৰ মাটিৰ লগত প্ৰোথিত হৈ আছে৷ সেই শিলবোৰৰ কিছুমান বালি-শিল আৰু কিছুমান নীলা শিল৷ এই বৃত্তীয় শৈল গাঁথনিৰ ধ্বংসাৱশেষ এটা ৩২০ ফুট গড়খাৱৈ সজ্জাৰ ভিতৰত আছে৷ ষ্ট'নহেঞ্জৰ প্ৰাগৈতিহাসিক শিলবোৰৰ সজ্জাৰ লগত সূৰ্য,চন্দ্ৰ আৰু পৃথিৱীকে ধৰি গ্ৰহবোৰৰ চলনৰ সম্পৰ্ক থকা যেন ধাৰণা হয়৷ গ্ৰীষ্ম আৰু শীত,-দুয়ো ঋতুতে সূৰ্য আৰু চন্দ্ৰৰ উদয় আৰু অস্ত যোৱাৰ সময়ৰ লগতো সেই সজ্জাৰ কিছু সংগতি আছে৷ সম্ভৱত: প্ৰাগৈতিহাসিক যুগৰ কোনো পণ্ডিতে এনেবোৰ বিষয়ে অধ্যয়ন কৰিবলৈ ষ্ট'নহেঞ্জক ব্যৱহাৰ কৰিছিল৷ সেইবাবে ষ্ট'নহেঞ্জক প্ৰাগৈতিহাসিক কম্পিউটাৰ বুলিও কোৱা হয়৷

নিৰ্মাণ কাৰ্য্য

তিনি হাজাৰ বছৰজোৰা সময় পৰিক্ৰমাৰ বিভিন্ন পৰ্যায়ত ষ্ট'নহেঞ্জ নিৰ্মান কৰা হৈছিল৷ সেই সময়ৰ পৰিপ্ৰেক্ষিতত ষ্ট'নহেঞ্জ এক অসম্ভৱপ্ৰায় কাম আছিল আৰু তাৰ বাবে যথেষ্ট বুদ্ধি,দৃঢ়তা আৰু শাৰীৰিক শক্তিৰ প্ৰয়োজন হৈছিল৷ "হেঞ্জ" নামৰ এটা গড়খাৱৈ সজ্জা তাত প্ৰায় পাঁচ হাজাৰ বছৰৰ আগেয়ে নিৰ্মান কৰা হৈছিল৷ ডাঙৰ শিলাখণ্ডবোৰ পাছত যোগ দিয়া হয়৷

Plan of Stonehenge in 2004. After Cleal et al. and Pitts. Italicised numbers in the text refer to the labels on this plan. Trilithon lintels omitted for clarity. Holes that no longer, or never, contained stones are shown as open circles. Stones visible today are shown coloured

নিৰ্মানৰ উদ্দেশ্য

Graffiti on the sarsen stones. Below are ancient carvings of a dagger and an axe

ষ্ট'নহেঞ্জ ইংলেণ্ডৰ আটাইতকৈ বিখ্যাত প্ৰাচীন কীৰ্তিবোৰৰ অন্যতম৷ কি উদ্দেশ্যত ইয়াক নিৰ্মান কৰা হৈছিল সেয়া স্পষ্ট নহয়৷ বহুতৰ মতে সেয়া আছিল বিশ্ব দেৱতাক আৰাধনা কৰিবৰ বাবে স্থাপিত এটা মন্দিৰ৷ বহুতে আকৌ ইয়াক প্ৰাগৈতিহাসিক কালৰ কেলেণ্ডাৰৰ তাৎপৰ্যপূৰ্ণ ঘটনাবোৰ চিহ্নিত কৰিবলৈ সজা এটা মান মন্দিৰ বুলিও ক'ব খোজে৷ আন কিছুলোকে ধাৰনা কৰে যে এয়া আছিল সম্ভ্ৰান্ত লোকসকলৰ সমাধি দিয়া এখন পবিত্ৰ স্থান৷

ষ্ট'নহেঞ্জৰ নিৰ্মানৰ কাহিনী

Plan of the central stone structure today; After Johnson 2008

ষ্ট'নহেঞ্জ কোনে সাজিছিল তাকেলৈ কেইবাটাও কাহিনী প্ৰচলিত আছে৷

  • এটা কাহিনী মতে তাত কিছুমান দৈত্যই তাণ্ডৱ নৃত্য কৰি আছিল আৰু পাছত কোনো দেৱতাৰ অভিশাপত নাচি থকা দৈত্যবোৰ শিললৈ পৰিণত হৈ এই প্ৰকাণ্ড স্থাপত্য কৃতিৰ সৃষ্টি হয়৷
  • আন এটা কাহিনী মতে মাৰ্লিন (Merlin) নামৰ এজন যাদুকৰে যাদুৰ বলেৰে আয়াৰলেণ্ডৰপৰা ছালিছবুৰিৰ সমতললৈ এই শিলবোৰ আনিছিল৷
  • পৌৰাণিক প্ৰত্নতত্ত্ব অধ্যয়ন কৰা দুই-এজন পণ্ডিতৰ মতে ড্ৰুইড(Druid) নামৰ এজন উচ্চ শ্ৰেণীৰ পুৰোহিতে বলি দিয়া উৎসৱ পালন কৰিবলৈ ষ্ট'নহেঞ্জ নিৰ্মান কৰিছিল৷

তথ্য সংগ্ৰহ

জ্ঞানাঞ্জন (১৬-৩০ ছেপ্তেম্বৰ ২০১৩) প্ৰান্তিক খণ্ড ৩২ শ বছৰ (২০ শ সংখ্যা ) ৪১