"এৰিষ্ট'টল"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
===স্মৃতি===
 
এৰিষ্ট'টলৰ মত অনুসৰি স্মৃতি হ'ল এটা অভিজ্ঞতাক মনত ৰখা আৰু এই মনত ৰখা কথাটোৰ অন্তৰ্ভাগৰ উপস্থিতিৰ পৰা অতীতত ঘটাৰ পাৰ্থক্য চিনিব পৰাৰ ক্ষমতা<ref>{{cite book |last=Bloch |first=David |url=http://books.google.com/books?hl=en&lr=&id=QwTHng_5RqAC&oi=fnd&pg=PR9&dq=Aristotle+on+Memory+and+Recollection&ots=Mx4oCdBGv-&sig=RI_bdGZvcYi7-dT_Em547aTi2XE#v=onepage&q=Aristotle%20on%20Memory%20and%20Recollection&f=false |title=Aristotle on Memory and Recollection |year=2007 |page=12}}</ref>৷ অন্য অৰ্থত, এৰিষ্ট'টলে De Anima ৰ যোগেদি দিয়া সংজ্ঞা অনুসৰি স্মৃতি একধৰণৰ মানসিক চিত্ৰ (phantasm) যি মানুহৰ সত্তা মুদ্ৰিত ( imprint) হৈ পৰে৷ এৰিষ্ট'টলে বিশ্বাস কৰিছিল যে এনধৰণৰ মানসিক চিত্ৰবোৰ অৰ্ধতৰল এক শাৰিৰীক অংগত মুদ্ৰিত হৈ পৰে আৰু কিছু পৰিৱৰ্ত্তনৰ যোগেদি স্মৃতিলৈ ৰূপান্তৰিত হয়৷ এই অৰ্ধতৰল শাৰিৰীক অংগ অৰ্থাৎ স্নায়ুতন্ত্ৰই যেতিয়া কোনো জটিল উদ্দীপক (stimuli)ৰ সকলোবোৰ মানসিক চিত্ৰ একেলগে মুদ্ৰন কৰিব নোৱাৰে তেতিয়াই স্মৃতিৰ উৎপত্তি হয়৷ এৰিষ্ট'টলৰ ধাৰণা অনুসৰি এই পৰিৱৰ্ত্তন সমূহ মানুহৰ অনুভৱ বা চিন্তাৰ দৰে একেই৷ {{sfn|Bloch|2007|p=61}} অনুভৱ (sense perception) ৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ শেষ উৎপাদন সামগ্ৰীটো হৈছে স্নায়ুতন্ত্ৰত মুদ্ৰিত হোৱা এই মানসিক চিত্ৰবোৰ৷ দেখি বা শুনি হোৱা যিকোনো অভিজ্ঞতাৰে এনেদৰে মানসিক চি্তৰবোৰচিত্ৰবোৰ স্মৃতি হিচাপে ৰৈ যায়৷ <ref>{{cite book |last=Carruthers |first=Mary |url=http://books.google.com/books?hl=en&lr=&id=dntrAnqfIasC&oi=fnd&pg=PR8&dq=The+book+of+memory:+the+study+of+memory+in+medieval+times&ots=we1jd9n54J&sig=Lr9XAjRR9tiUyA0rCgI04VzEuKo#v=onepage&q=The%20book%20of%20memory%3A%20the%20study%20of%20memory%20in%20medieval%20times&f=false |title=The Book of Memory: A Study of Memory in Medieval Culture |year=2007 |page=16}}</ref>
 
Aristotle uses the word “memory” for two basic abilities. First, the actual retaining of the experience in the [[mnemonic]] “imprint” that can develop from [[sensation]]. Second, the intellectual anxiety that comes with the “imprint” due to being impressed at a particular time and processing specific contents. These abilities can be explained as memory is neither sensation nor thinking because is arises only after a lapse of time. Therefore, memory is of the past, {{sfn|Bloch|2007|p=25}} prediction is of the future, and sensation is of the present. The retrieval of our “imprints” cannot be performed suddenly. A transitional channel is needed and located in our past experiences, both for our previous experience and present experience.
4,194

টা সম্পাদনা

সা-সঁজুলি