"এৰিষ্ট'টল"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
564 বাইট যোগ দিয়া হ’ল ,  7 বছৰৰ পূৰ্বে
এৰিষ্ট'টলৰ মত অনুসৰি স্মৃতি হ'ল এটা অভিজ্ঞতাক মনত ৰখা আৰু এই মনত ৰখা কথাটোৰ অন্তৰ্ভাগৰ উপস্থিতিৰ পৰা অতীতত ঘটাৰ পাৰ্থক্য চিনিব পৰাৰ ক্ষমতা<ref>{{cite book |last=Bloch |first=David |url=http://books.google.com/books?hl=en&lr=&id=QwTHng_5RqAC&oi=fnd&pg=PR9&dq=Aristotle+on+Memory+and+Recollection&ots=Mx4oCdBGv-&sig=RI_bdGZvcYi7-dT_Em547aTi2XE#v=onepage&q=Aristotle%20on%20Memory%20and%20Recollection&f=false |title=Aristotle on Memory and Recollection |year=2007 |page=12}}</ref>৷ অন্য অৰ্থত, এৰিষ্ট'টলে De Anima ৰ যোগেদি দিয়া সংজ্ঞা অনুসৰি স্মৃতি একধৰণৰ মানসিক চিত্ৰ (phantasm) যি মানুহৰ সত্তা মুদ্ৰিত ( imprint) হৈ পৰে৷ এৰিষ্ট'টলে বিশ্বাস কৰিছিল যে এনধৰণৰ মানসিক চিত্ৰবোৰ অৰ্ধতৰল এক শাৰিৰীক অংগত মুদ্ৰিত হৈ পৰে আৰু কিছু পৰিৱৰ্ত্তনৰ যোগেদি স্মৃতিলৈ ৰূপান্তৰিত হয়৷ এই অৰ্ধতৰল শাৰিৰীক অংগ অৰ্থাৎ স্নায়ুতন্ত্ৰই যেতিয়া কোনো জটিল উদ্দীপক (stimuli)ৰ সকলোবোৰ মানসিক চিত্ৰ একেলগে মুদ্ৰন কৰিব নোৱাৰে তেতিয়াই স্মৃতিৰ উৎপত্তি হয়৷ এৰিষ্ট'টলৰ ধাৰণা অনুসৰি এই পৰিৱৰ্ত্তন সমূহ মানুহৰ অনুভৱ বা চিন্তাৰ দৰে একেই৷ {{sfn|Bloch|2007|p=61}} অনুভৱ (sense perception) ৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ শেষ উৎপাদন সামগ্ৰীটো হৈছে স্নায়ুতন্ত্ৰত মুদ্ৰিত হোৱা এই মানসিক চিত্ৰবোৰ৷ দেখি বা শুনি হোৱা যিকোনো অভিজ্ঞতাৰে এনেদৰে মানসিক চিত্ৰবোৰ স্মৃতি হিচাপে ৰৈ যায়৷ <ref>{{cite book |last=Carruthers |first=Mary |url=http://books.google.com/books?hl=en&lr=&id=dntrAnqfIasC&oi=fnd&pg=PR8&dq=The+book+of+memory:+the+study+of+memory+in+medieval+times&ots=we1jd9n54J&sig=Lr9XAjRR9tiUyA0rCgI04VzEuKo#v=onepage&q=The%20book%20of%20memory%3A%20the%20study%20of%20memory%20in%20medieval%20times&f=false |title=The Book of Memory: A Study of Memory in Medieval Culture |year=2007 |page=16}}</ref>
 
এৰিষ্ট'টলে স্মৃতি শব্দটো মূলত: দুটা অৰ্থত ব্যৱহাৰ কৰিছিল৷ প্ৰথমটো হ'ল, কোনো অভিজ্ঞতাই জন্ম দিয়া অনু্ভূতিৰ মুদ্ৰন কৰাৰ ক্ষমতা আৰু দ্বিতীয়টো হ'ল, কোনো বিশেষ সময়ত হোৱা এনে মুদ্ৰনৰ সৈতে উপজা বৌদ্ধিক অস্থিৰতা (intellectual anxiety)৷ যিহেতু স্মৃতি কিছু সময়ৰ বিৰতিত উৎপন্ন হয়, ই কেৱল অনুভূতি বা কোনো ভাৱ নহয়৷ সেয়ে স্মৃতি অতীতৰ {{sfn|Bloch|2007|p=25}} , অনুমান (prediction) ভৱিষ্যতৰ আৰু অনুভূতি (sensation) বৰ্তমানৰ৷ আমাৰ মনত থকা মানসিক চিত্ৰ মুদ্ৰিত ৰুপবোৰ হঠাতে আনিব (retrieval) নোৱাৰি৷ ইয়াৰ বাবে এক মাধ্যম (transitional channel ) ৰ প্ৰয়োজন হয়৷
Aristotle uses the word “memory” for two basic abilities. First, the actual retaining of the experience in the [[mnemonic]] “imprint” that can develop from [[sensation]]. Second, the intellectual anxiety that comes with the “imprint” due to being impressed at a particular time and processing specific contents. These abilities can be explained as memory is neither sensation nor thinking because is arises only after a lapse of time. Therefore, memory is of the past, {{sfn|Bloch|2007|p=25}} prediction is of the future, and sensation is of the present. The retrieval of our “imprints” cannot be performed suddenly. A transitional channel is needed and located in our past experiences, both for our previous experience and present experience.
 
Aristotleএৰিষ্ট'টলে proposedধাৰণা কৰিছিল যে that slow-witted people have good memory because the fluids in their brain do not wash away their memory organ used to imprint experiences and so the “imprint” can easily continue. However, they cannot be too slow or the hardened surface of the organ will not receive new “imprints”. He believed the young and the old do not properly develop an “imprint”. Young people undergo rapid changes as they develop, while the elderly’s organs are beginning to decay, thus stunting new “imprints”. Likewise, people who are too quick-witted are similar to the young and the image cannot be fixed because of the rapid changes of their organ. Since intellectual functions are not involved in memory, memories belong to some animals too, but only those in which have [[perception]] of time.
 
===Recollection===
4,194

টা সম্পাদনা

সা-সঁজুলি