ছুনামি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
7 নং শাৰী: 7 নং শাৰী:
==ইতিহাস==
==ইতিহাস==
২০০৪ চনৰ ২৬ ডিছেম্বৰ মাহত [[বিশ্ব]]ই এটা ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হয়৷ [[ভাৰত মহাসাগৰ]]ৰ [[উপকূল]]বৰ্তী অঞ্চলত প্ৰথমতে আহিল ৮.৯ ৰিখটাৰ স্কেলৰ [[ভূমিকম্প]]৷ [[ইণ্ডোনেছিয়া]]ৰ (সুমাত্ৰা) উত্তৰত অভিকেন্দ্ৰ থকা এই [[ভূমিকম্প]]টো আৰু তাৰ পাছতে অহা ছুনামিয়ে [[ইণ্ডোনেছিয়া]],[[মালয়েছিয়া]],[[থাইলেণ্ড]],[[ম্যানমাৰ]],[[ভাৰত]],[[শ্ৰীলংকা]] আৰু [[মালদ্বীপ]]ক বিধ্বস্ত কৰি পেলায়৷ [[ভূমিকম্প]]ৰ বাবেই [[সাগৰ]]ত প্ৰবল ছুনামিৰ সৃষ্টি হয়৷ <ref name="গ্ৰন্থ ১" />

==সৃষ্টিৰ কাৰণ==
সমুদ্ৰতলত সৃষ্টি হোৱা প্ৰবল [[ভূমিকম্প]]ই ২০০৪ চনৰ ২৬ ডিচেম্বৰৰ ছুনামিৰ মূল কাৰণ৷ সমুদ্ৰগৰ্ভত থকা এখন ভূতাত্ত্বিক প্লেট - ইণ্ডিয়া প্লেটৰ লগত আৰু আন এখন প্লেট বাৰ্মা প্লেটৰ সংঘৰ্ষ হোৱাৰ ফলত এই [[ভূমিকম্প]]টোৰ সৃষ্টি হৈছিল৷ ইয়াৰ ফলত ইণ্ডিয়া প্লেটখন বাৰ্মা প্লেটৰ কিছু তললৈ সোমাই গ'ল৷ সমুদ্ৰপৃষ্ঠৰ [[পানী]] উলম্বভাৱে ওপৰলৈ উঠি যোৱাৰ ফলত ছুনামিৰ সৃষ্টি হ'ল৷ মাজসমুদ্ৰত যি ছুনামিৰ বা প্ৰবল জলোচ্ছ্বাস সৃষ্টি হ'ল,সি অতি বেগেৰে (ঘণ্টাত ৮০০-১০০০ কিল'মিটাৰ বেগত) উপকূলৰ ফালে ধাবিত হৈ আহিল৷ সমুদ্ৰৰ মাজত কিন্তু তৰংগবোৰৰ দৈৰ্ঘ বেছি নাছিল৷ আনকি ঢৌবোৰৰ উচ্চতাও মাত্ৰ কেইফুটমানহে আছিল৷ কিন্তু উপকূলত আহি খুন্দা মৰাৰ সময়ত সেই একেবোৰ ঢৌৰে উচ্চতা হ'লগৈ ২০ ৰপৰা ৫৩ ফুট পৰ্যন্ত৷ ইয়াৰ কাৰণ হ'ল - [[উপকূল]]ৰ ফালে সমুদ্ৰৰ গভীৰতা কমি অহাৰ ফলত ছুনামিৰ বেগ কিছু কমি আহে আৰু ঢৌৰ উচ্চতা বাঢ়ি যায়৷ <ref name="গ্ৰন্থ ১" />

==ক্ষতিগ্ৰস্ত অঞ্চল==
==ক্ষতিগ্ৰস্ত অঞ্চল==
প্ৰায়বোৰ ছুনামি কোনো ক্ষতি নকৰাকৈ [[সাগৰ]]ৰ বুকুত ঢৌ তুলি তাতে মাৰ যায়৷ "জিঅ'ফিজিকেল ডাটা ছেণ্টাৰ"ৰ তথ্য অনুসৰি ১৯৮০ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত [[পৃথিৱী]]ত যি ৯৭০ তা ছুনামিৰ সৃষ্টি হৈছিল,তাৰ ৮৪২ টাই নিৰীহ আছিল৷ বাকীকেইটা কিছু ক্ষতিকাৰক হ'লেও সিমান ভয়াবহ নাছিল৷ আন এটা হিচাপ অনুযায়ী ১৭৮২ চনৰপৰা ১৯৬৪ চনৰ ভিতৰত সৃষ্টি হোৱা প্ৰলয়ংকাৰী ছুনামিৰ সংখ্যা ২৩ ৷ এইবোৰে [[চীন]],[[জাপান]],[[জাভা]],[[পেৰু]],[[চিলি]],[[ইণ্ডোনেছিয়া]],[[মাৰ্কিন যুক্তৰাষ্ট্ৰ]] আদি দেশত ধ্বংস কাৰ্য ঘটাইছিল আৰু বিভিন্ন ঠাইত একোবাৰত ১,২০০ৰ পৰা ৪,০০০ পৰ্যন্ত লোকৰ মৃত্যু হৈছিল৷ ২৬ ডিছেম্বৰৰ এই ছুনামিৰ ফলত সৃষ্টি হোৱা জলোচ্ছ্বাসে ১১ খন দেশৰ অভাৱনীয় ক্ষতি কৰে৷ এই ১১ খন দেশত চৰকাৰী হিচাপমতে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১,৬৫,০০০ জন৷ ইয়াৰ ভিতৰত [[ইণ্ডোনেছিয়া]]ত মৃতকৰ সংখ্যা সৰ্বাধিক,৮০ হাজাৰ জন৷ [[শ্ৰীলংকা]]ত ৩০ হাজাৰ,[[ভাৰত]]ৰ [[তামিলনাডু]],[[পণ্ডিচেৰী]],[[অন্ধ্ৰপ্ৰদেশ]] আৰু [[কেৰেলা]]ত মুঠ মৃতকৰ সংখ্যা ১৫,০০০ জন৷ [[আন্দামান]]ত ৭,০০০ জন৷ [[ম্যানমাৰ]],[[মালয়েচিয়া]],[[থাইলেণ্ড]],[[মালদ্বীপ]] আদিতো বহু লোকৰ মৃত্যু হয়৷ বহুলোকৰ সন্ধানেই পোৱা নগল৷<ref name="গ্ৰন্থ ১" />

[[File:1755 Lisbon earthquake.jpg|left|thumb|১৭৫৫চনত লিছবনত হোৱা ভূমিকম্প আৰু ছুনামিৰ ৰূপ]]
[[File:1755 Lisbon earthquake.jpg|left|thumb|১৭৫৫চনত লিছবনত হোৱা ভূমিকম্প আৰু ছুনামিৰ ৰূপ]]
[[File:Propagation du tsunami en profondeur variable.gif|thumb|সাগৰীয় ঢৌসমূহ অগভীৰ অঞ্চললৈ আহিলে ইয়াৰ গতি কমে কিন্তু ঢৌৰ উচ্চতা বাঢ়ি যায় ]]
[[File:Tsunami2.JPG|thumb|সাগৰীয় ঢৌবোৰ পাৰৰ অঞ্চল পোৱালৈকে ক্ৰমান্বয়ে উচ্চতা বাঢ়ি গৈ থাকে]]

==ধ্বংসলীলা==
==ধ্বংসলীলা==
ছুনামিৰ পিছতেই বিপৰ্যস্ত দেশবোৰত খাদ্য,খোৱাপানী,আশ্ৰয় আদিৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছিল৷ এই ছুনামিত [[ভাৰত]]ৰ ক্ষতি হয় প্ৰায় ৫ হাজাৰ কোটি টকা৷ ৰাষ্টীয় ঘাইপথৰ ১৬২ কিল'মিটাৰ ৰাজ্য আৰু জিলা পথৰ ৪৬২ কিল'মিটাৰ,৭খন দলং,৩৪টা পুল সম্পূৰ্ণৰূপে ধ্বংস হয়৷ এই ছুনামিটোত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় শিশুসকল৷ মৃতকৰ ভিতৰত শিশুৰ সংখ্যাই সৰ্বাধিক৷ ইউনিচেফৰ এটা সমীক্ষাত দেশৰ ভিতৰত [[ইণ্ডোনেছিয়া]],[[ভাৰত]] আৰু [[শ্ৰীলংকা]]তে ধন-জন হানি আতাইতকৈ বেছি৷

[[ভাৰত]]ৰ যি সাতখন ৰাজ্যত ছুনামিয়ে ধ্বংসলীলা চলালে সেইকেইখন হ'ল - [[উৰিষ্যা]],[[পশ্চিমবংগ]],[[অন্ধ্ৰপ্ৰদেশ]],[[তামিলনাডু]],[[পণ্ডিচেৰী]],[[কেৰালা]] আৰু [[আন্দামান-নিকোবৰ দ্বীপপুঞ্জ]]৷ তাৰ ভিতৰত [[তামিলনাডু]] আৰু [[আন্দামান-নিকোবৰ]]তে ক্ষয়-ক্ষতি সৰ্বাধিক৷
[[ভাৰত]]ৰ যি সাতখন ৰাজ্যত ছুনামিয়ে ধ্বংসলীলা চলালে সেইকেইখন হ'ল - [[উৰিষ্যা]],[[পশ্চিমবংগ]],[[অন্ধ্ৰপ্ৰদেশ]],[[তামিলনাডু]],[[পণ্ডিচেৰী]],[[কেৰালা]] আৰু [[আন্দামান-নিকোবৰ দ্বীপপুঞ্জ]]৷ তাৰ ভিতৰত [[তামিলনাডু]] আৰু [[আন্দামান-নিকোবৰ]]তে ক্ষয়-ক্ষতি সৰ্বাধিক৷<ref name="গ্ৰন্থ ১" />

[[File:Propagation du tsunami en profondeur variable.gif|thumb|সাগৰীয় ঢৌসমূহ অগভীৰ অঞ্চললৈ আহিলে ইয়াৰ গতি কমে কিন্তু ঢৌৰ উচ্চতা বাঢ়ি যায় ]]
[[File:Tsunami2.JPG|thumb|সাগৰীয় ঢৌবোৰ পাৰৰ অঞ্চল পোৱালৈকে ক্ৰমান্বয়ে উচ্চতা বাঢ়ি গৈ থাকে]]

==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

07:32, 21 January 2014ৰ সংস্কৰণ

২০১১ চনৰ ট'হকু ভূমিকম্প আৰু ছুনামিৰ ফলত হোৱা ধ্বংসৰ এক চিত্ৰ
২০০৪ চনৰ ভাৰত মহাসাগৰৰ ভূমিকম্প আৰু ছুনামিৰ থাইলেণ্ডত ৰূপ

ছুনামি (ইংৰাজী: Tsunami)এটা জাপানী শব্দ৷ ছু (Tsu) মানে বন্দৰ আৰু নামি (nami) মানে ঢৌ৷ ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ৷ বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়৷ ছুনামি হ'ল প্ৰবল জলোচ্ছ্বাস৷ সকলো ছুনামি ভয়াবহ নহয়৷ সমুদ্ৰ গৰ্ভত হোৱা ভূমিকম্প,নিমজ্জিত আগ্নেয়গিৰিৰ আকস্মিক উদগীৰণ,ভূমিস্খলন আদি কাৰণত সাধাৰণতে ছুনামিৰ সৃষ্টি হয়৷ [1]

ইতিহাস

২০০৪ চনৰ ২৬ ডিছেম্বৰ মাহত বিশ্বই এটা ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হয়৷ ভাৰত মহাসাগৰউপকূলবৰ্তী অঞ্চলত প্ৰথমতে আহিল ৮.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পইণ্ডোনেছিয়াৰ (সুমাত্ৰা) উত্তৰত অভিকেন্দ্ৰ থকা এই ভূমিকম্পটো আৰু তাৰ পাছতে অহা ছুনামিয়ে ইণ্ডোনেছিয়া,মালয়েছিয়া,থাইলেণ্ড,ম্যানমাৰ,ভাৰত,শ্ৰীলংকা আৰু মালদ্বীপক বিধ্বস্ত কৰি পেলায়৷ ভূমিকম্পৰ বাবেই সাগৰত প্ৰবল ছুনামিৰ সৃষ্টি হয়৷ [1]

সৃষ্টিৰ কাৰণ

সমুদ্ৰতলত সৃষ্টি হোৱা প্ৰবল ভূমিকম্পই ২০০৪ চনৰ ২৬ ডিচেম্বৰৰ ছুনামিৰ মূল কাৰণ৷ সমুদ্ৰগৰ্ভত থকা এখন ভূতাত্ত্বিক প্লেট - ইণ্ডিয়া প্লেটৰ লগত আৰু আন এখন প্লেট বাৰ্মা প্লেটৰ সংঘৰ্ষ হোৱাৰ ফলত এই ভূমিকম্পটোৰ সৃষ্টি হৈছিল৷ ইয়াৰ ফলত ইণ্ডিয়া প্লেটখন বাৰ্মা প্লেটৰ কিছু তললৈ সোমাই গ'ল৷ সমুদ্ৰপৃষ্ঠৰ পানী উলম্বভাৱে ওপৰলৈ উঠি যোৱাৰ ফলত ছুনামিৰ সৃষ্টি হ'ল৷ মাজসমুদ্ৰত যি ছুনামিৰ বা প্ৰবল জলোচ্ছ্বাস সৃষ্টি হ'ল,সি অতি বেগেৰে (ঘণ্টাত ৮০০-১০০০ কিল'মিটাৰ বেগত) উপকূলৰ ফালে ধাবিত হৈ আহিল৷ সমুদ্ৰৰ মাজত কিন্তু তৰংগবোৰৰ দৈৰ্ঘ বেছি নাছিল৷ আনকি ঢৌবোৰৰ উচ্চতাও মাত্ৰ কেইফুটমানহে আছিল৷ কিন্তু উপকূলত আহি খুন্দা মৰাৰ সময়ত সেই একেবোৰ ঢৌৰে উচ্চতা হ'লগৈ ২০ ৰপৰা ৫৩ ফুট পৰ্যন্ত৷ ইয়াৰ কাৰণ হ'ল - উপকূলৰ ফালে সমুদ্ৰৰ গভীৰতা কমি অহাৰ ফলত ছুনামিৰ বেগ কিছু কমি আহে আৰু ঢৌৰ উচ্চতা বাঢ়ি যায়৷ [1]

ক্ষতিগ্ৰস্ত অঞ্চল

প্ৰায়বোৰ ছুনামি কোনো ক্ষতি নকৰাকৈ সাগৰৰ বুকুত ঢৌ তুলি তাতে মাৰ যায়৷ "জিঅ'ফিজিকেল ডাটা ছেণ্টাৰ"ৰ তথ্য অনুসৰি ১৯৮০ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত পৃথিৱীত যি ৯৭০ তা ছুনামিৰ সৃষ্টি হৈছিল,তাৰ ৮৪২ টাই নিৰীহ আছিল৷ বাকীকেইটা কিছু ক্ষতিকাৰক হ'লেও সিমান ভয়াবহ নাছিল৷ আন এটা হিচাপ অনুযায়ী ১৭৮২ চনৰপৰা ১৯৬৪ চনৰ ভিতৰত সৃষ্টি হোৱা প্ৰলয়ংকাৰী ছুনামিৰ সংখ্যা ২৩ ৷ এইবোৰে চীন,জাপান,জাভা,পেৰু,চিলি,ইণ্ডোনেছিয়া,মাৰ্কিন যুক্তৰাষ্ট্ৰ আদি দেশত ধ্বংস কাৰ্য ঘটাইছিল আৰু বিভিন্ন ঠাইত একোবাৰত ১,২০০ৰ পৰা ৪,০০০ পৰ্যন্ত লোকৰ মৃত্যু হৈছিল৷ ২৬ ডিছেম্বৰৰ এই ছুনামিৰ ফলত সৃষ্টি হোৱা জলোচ্ছ্বাসে ১১ খন দেশৰ অভাৱনীয় ক্ষতি কৰে৷ এই ১১ খন দেশত চৰকাৰী হিচাপমতে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১,৬৫,০০০ জন৷ ইয়াৰ ভিতৰত ইণ্ডোনেছিয়াত মৃতকৰ সংখ্যা সৰ্বাধিক,৮০ হাজাৰ জন৷ শ্ৰীলংকাত ৩০ হাজাৰ,ভাৰততামিলনাডু,পণ্ডিচেৰী,অন্ধ্ৰপ্ৰদেশ আৰু কেৰেলাত মুঠ মৃতকৰ সংখ্যা ১৫,০০০ জন৷ আন্দামানত ৭,০০০ জন৷ ম্যানমাৰ,মালয়েচিয়া,থাইলেণ্ড,মালদ্বীপ আদিতো বহু লোকৰ মৃত্যু হয়৷ বহুলোকৰ সন্ধানেই পোৱা নগল৷[1]

১৭৫৫চনত লিছবনত হোৱা ভূমিকম্প আৰু ছুনামিৰ ৰূপ
সাগৰীয় ঢৌসমূহ অগভীৰ অঞ্চললৈ আহিলে ইয়াৰ গতি কমে কিন্তু ঢৌৰ উচ্চতা বাঢ়ি যায়
সাগৰীয় ঢৌবোৰ পাৰৰ অঞ্চল পোৱালৈকে ক্ৰমান্বয়ে উচ্চতা বাঢ়ি গৈ থাকে

ধ্বংসলীলা

ছুনামিৰ পিছতেই বিপৰ্যস্ত দেশবোৰত খাদ্য,খোৱাপানী,আশ্ৰয় আদিৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছিল৷ এই ছুনামিত ভাৰতৰ ক্ষতি হয় প্ৰায় ৫ হাজাৰ কোটি টকা৷ ৰাষ্টীয় ঘাইপথৰ ১৬২ কিল'মিটাৰ ৰাজ্য আৰু জিলা পথৰ ৪৬২ কিল'মিটাৰ,৭খন দলং,৩৪টা পুল সম্পূৰ্ণৰূপে ধ্বংস হয়৷ এই ছুনামিটোত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় শিশুসকল৷ মৃতকৰ ভিতৰত শিশুৰ সংখ্যাই সৰ্বাধিক৷ ইউনিচেফৰ এটা সমীক্ষাত দেশৰ ভিতৰত ইণ্ডোনেছিয়া,ভাৰত আৰু শ্ৰীলংকাতে ধন-জন হানি আতাইতকৈ বেছি৷

ভাৰতৰ যি সাতখন ৰাজ্যত ছুনামিয়ে ধ্বংসলীলা চলালে সেইকেইখন হ'ল - উৰিষ্যা,পশ্চিমবংগ,অন্ধ্ৰপ্ৰদেশ,তামিলনাডু,পণ্ডিচেৰী,কেৰালা আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জ৷ তাৰ ভিতৰত তামিলনাডু আৰু আন্দামান-নিকোবৰতে ক্ষয়-ক্ষতি সৰ্বাধিক৷[1]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 1.4 "জ্ঞানাঞ্জন". প্ৰান্তিক খণ্ড ৩৩শ বছৰ (২য় সংখ্যা): পৃষ্ঠা ৬৪. ১৬ - ৩১ ডিছেম্বৰ ২০১৩. 

বাহ্যিক সংযোগ