সদস্য বাৰ্তা:কিৰণ খনিকৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
নতুন পৃষ্ঠা: {{স্বাগতম}} ধন্যবাদ আপোনাৰ আগ্ৰহৰ বাবে। আপোনাক শেহতীয়াকৈ কিছ... |
(কোনো পাৰ্থক্য নাই)
|
15:42, 19 June 2014ৰ সংস্কৰণ
নমস্কাৰ, কিৰণ খনিকৰ
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
ধন্যবাদ আপোনাৰ আগ্ৰহৰ বাবে। আপোনাক শেহতীয়াকৈ কিছুমান পৃষ্ঠা সৃষ্টি কৰা দেখা গৈছে যিবোৰ ৱিকি মানদণ্ড অনুসৰি ৱিকিৰ প্ৰবন্ধ হোৱাৰ যোগ্য নহয়। উদাহৰণ স্বৰূপে জেঠুৱা উৎসৱ পৃষ্ঠাখনত লিখা অলপ চমুকৈ হ'লেও এই উৎসৱৰ বিষয়ে আপোনালোকৰ বাবে আগবঢ়ালো এই লেখাটি ধৰণৰ কথাবোৰ ৱিকিত লিখিব নোৱাৰি। ওপৰত দিয়া লিংককেইটা অলপ চকু ফুৰাবলৈ অনুৰোধ জনালো। Saidul Islam 15:41, 19 জুন 2014 (UTC)