ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Bishnu Saikia (আলোচনা | বৰঙণি) অNo edit summary |
Bishnu Saikia (আলোচনা | বৰঙণি) অ শ্ৰেণী:মাহ যোগ কৰা হ’ল হটকেট ব্যৱহাৰৰ জৰিয়তে |
||
9 নং শাৰী: | 9 নং শাৰী: | ||
[[শ্ৰেণী:সময়]] |
[[শ্ৰেণী:সময়]] |
||
[[শ্ৰেণী:মাহ]] |
12:18, 5 July 2014ৰ সংস্কৰণ
ডিচেম্বৰ (December) জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দ্বাদশ মাহ । এই মাহটো ৩১ দিনীয়া । ডিচেম্বৰ শব্দটো লেটিন শব্দ 'ডিচেম'ৰ (Decem) পৰা আহিছে । ইয়াৰ অর্থ দহ । প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই দশম মাহ আছিল । সেই কেলেণ্ডাৰত মার্চ মাহ আছিল বছৰৰ প্ৰথম মাহ । পাচত জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে ডিচেম্বৰ দ্বাদশ মাহত পৰিণত হয় । মাহটোৰ নামৰ পিচত ব্যৱহাৰ হোৱা 'বৰ' (Ber) শব্দৰ অর্থ জনা নাযায় । এই মাহ অসমীয়া কেলেণ্ডাৰ মতে আঘোণ আৰু পুহ মাহত পৰে ।
ডিচেম্বৰ মাহৰ কেইটামান উল্লেখযোগ্য ঘটনা-দিৱস হ'লঃ বিশ্ব এইডছ দিৱস (১ ডিচেম্বৰ), ভূপালৰ গেছ দুর্ঘটনা (২ ডিচেম্বৰ, ১৯৮৪), মানৱ অধিকাৰ দিৱস (১০ ডিচেম্বৰ), বছৰটোৰ আটাইতকৈ চুটি দিন (২২ ডিচেম্বৰ), বৰদিন (২৫ ডিচেম্বৰ) আদি ।