৭ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
কিৰণ খনিকৰ (আলোচনা | বৰঙণি) নতুন পৃষ্ঠা: ইতিহাসৰ পাতত আজিৰ দিনটো - (১) অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতি... |
No edit summary |
||
16 নং শাৰী: | 16 নং শাৰী: | ||
(৮) জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে ১৯৮৯ চনৰ আজিৰ দিনটোত । এই কেমেৰাটো বৰ্তমান ‘কোডাক’ নামে জনাজাত ৷ |
(৮) জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে ১৯৮৯ চনৰ আজিৰ দিনটোত । এই কেমেৰাটো বৰ্তমান ‘কোডাক’ নামে জনাজাত ৷ |
||
{{-}} |
|||
{{Months}} |
|||
[[শ্ৰেণী:বৰ্ষপঞ্জি]] |
|||
[[শ্ৰেণী:মে']] |
14:02, 11 July 2014ৰ সংস্কৰণ
ইতিহাসৰ পাতত আজিৰ দিনটো -
(১) অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভষ্মীভূত হয় ২০০৫ চনৰ আজিৰ দিনটোত।
(২) ১৮৪৯ চনৰ আজিৰ দিনটোত ঈশ্বৰচন্দ্র বিদ্যাসাগৰ আৰু জন বেথুনৰ নেতৃত্বত কলকাতাত প্রতিষ্ঠিত হয় ‘নেটিভ ব্রউন স্কুল’ ৷ পিছলৈ এইখনেই হয়গৈ ‘ব্রাউন স্কুল’।
(৩) কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰৰ জন্ম হয় ১৮৬১ চনৰ আজিৰ দিনটোত।
(৪) ১৮৬৮ চনৰ আজিৰ দিনটোত ব্লাদিশ্লাভ ষ্টেনিশ্লাভ ৰেমণ্টৰ জন্ম হয় ৷ ‘দ্যা পীজেণ্ট’ নামৰ উপন্যাসৰ বাবে তেওঁ ১৯২৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
(৫) ১৮৯২ চনৰ আজিৰ দিনটোত যুগোশ্লাভিয়াৰ ৰাষ্ট্রপতি মাৰ্শ্বেল টিটোৰ জন্ম হয় ।
(৬) ১৮১২ চনৰ আজিৰ দিনটোত ইংৰাজ কবি ৰবাৰ্ট ব্রাউনিঙৰ জন্ম হয় ।
(৭) আজিৰ দিনটোত ১৮৩২ চনত গ্রীচ সাম্রাজ্য স্বাধীন সাম্রাজ্যত পৰিণত হয় ।
(৮) জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে ১৯৮৯ চনৰ আজিৰ দিনটোত । এই কেমেৰাটো বৰ্তমান ‘কোডাক’ নামে জনাজাত ৷
|