সদস্য বাৰ্তা:কিৰণ খনিকৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
→ৱিকিপদক: নতুন অনুচ্ছেদ |
|||
12 নং শাৰী: | 12 নং শাৰী: | ||
উপদেশৰ বাবে দুয়োজনকে ধন্যবাদ দিলো, পৰৱৰ্ত্তী সময়ত উক্ত কথাবোৰ লক্ষ্য কৰিম । কিৰণ খনিকৰ, ১১ জুলাই, ২০১৪ |
উপদেশৰ বাবে দুয়োজনকে ধন্যবাদ দিলো, পৰৱৰ্ত্তী সময়ত উক্ত কথাবোৰ লক্ষ্য কৰিম । কিৰণ খনিকৰ, ১১ জুলাই, ২০১৪ |
||
== ৱিকিপদক == |
|||
{| style="border: 1px solid gray; background-color: #fdffe7;" |
|||
|rowspan="2" valign="middle" | {{#ifeq:{{{2}}}|alt|[[File:Original Barnstar Hires.png|100px]]|[[File:Original Barnstar.png|100px]]}} |
|||
|rowspan="2" | |
|||
|style="font-size: x-large; padding: 0; vertical-align: middle; height: 1.1em;" | '''ৱিকিপিডিয়া পদক''' |
|||
|- |
|||
|style="vertical-align: middle; border-top: 1px solid gray;" | অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদানৰ বাবে এই সামান্য বঁটা আগবঢ়োৱা হ'ল। আশাকৰোঁ আগলৈও এনেদৰে ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকিব। [[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] ([[সদস্য বাৰ্তা:Psneog|talk]]) 15:04, 30 জুলাই 2014 (UTC) |
|||
|} |
15:04, 30 July 2014ৰ সংস্কৰণ
নমস্কাৰ, কিৰণ খনিকৰ
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
ধন্যবাদ আপোনাৰ আগ্ৰহৰ বাবে। আপোনাক শেহতীয়াকৈ কিছুমান পৃষ্ঠা সৃষ্টি কৰা দেখা গৈছে যিবোৰ ৱিকি মানদণ্ড অনুসৰি ৱিকিৰ প্ৰবন্ধ হোৱাৰ যোগ্য নহয়। উদাহৰণ স্বৰূপে জেঠুৱা উৎসৱ পৃষ্ঠাখনত লিখা অলপ চমুকৈ হ'লেও এই উৎসৱৰ বিষয়ে আপোনালোকৰ বাবে আগবঢ়ালো এই লেখাটি ধৰণৰ কথাবোৰ ৱিকিত লিখিব নোৱাৰি। ওপৰত দিয়া লিংককেইটা অলপ চকু ফুৰাবলৈ অনুৰোধ জনালো। Saidul Islam 15:41, 19 জুন 2014 (UTC)
তথ্যসূত্ৰ
"হাৰ্হি দেৱালয়" আৰু "জেঠুৱা উৎসৱ" পৃষ্ঠা দুটা সংযোগ কৰাৰ বাবে ধন্যবাদ। কিন্তু অনুগ্ৰহ কৰি সেই দুটাত তথ্যসূত্ৰ (কিতাপ, ৱেবছাইট, বাতৰি কাকত) উল্লেখ কৰিবচোন। নহ'লে পাঠকৰ বাবে অলপ অসুবিধা হয়। — গীতাৰ্থ বৰদলৈ (talk) 05:16, 21 জুন 2014 (UTC)
চিকিৎসা বৈজ্ঞানিক তথ্য
আপুনি আৰম্ভ কৰা চজিনা আৰু তিতা কেৰেলা প্ৰবন্ধ দুটাত ইহঁতৰ ঔষধি গুণবোৰৰ লগত উপযুক্ত তথ্যসূত্ৰ ব্যৱহাৰ কৰা উচিত। পৰম্পৰাগত বিশ্বাসত ধৰি লোৱা অনেক বস্তুৰ অনেক ঔষধি গুণ আধুনিক চিকিৎসা চিকিৎসা বিজ্ঞানমতে মানি লোৱা নহয়। যেনে আলো ভেৰাৰ মানুহে বিশ্বাস কৰা বহুত ঔষধি গুণ চিকিৎসা বিজ্ঞানে মিচা প্ৰমাণিত কৰিছে। প্রভাকৰ শৰ্মা নেওগ (talk) 01:53, 11 জুলাই 2014 (UTC)
উপদেশৰ বাবে দুয়োজনকে ধন্যবাদ দিলো, পৰৱৰ্ত্তী সময়ত উক্ত কথাবোৰ লক্ষ্য কৰিম । কিৰণ খনিকৰ, ১১ জুলাই, ২০১৪
ৱিকিপদক
ৱিকিপিডিয়া পদক | ||
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদানৰ বাবে এই সামান্য বঁটা আগবঢ়োৱা হ'ল। আশাকৰোঁ আগলৈও এনেদৰে ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকিব। প্রভাকৰ শৰ্মা নেওগ (talk) 15:04, 30 জুলাই 2014 (UTC) |