শ্ৰেণী (জীৱবিদ্যা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
1 নং শাৰী: 1 নং শাৰী:
[[File:Biological classification assamese.png|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা/ '''শ্ৰেণী''', [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]] আৰু [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]]ৰ মাজত অৱস্থান কৰে ।]]
[[File:Biological classification assamese.png|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা/ '''শ্ৰেণী''', [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]] আৰু [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]]ৰ মাজত অৱস্থান কৰে ।]]
[[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]]ত, '''শ্ৰেণী''' ({{lang-la|classis}}) হৈছে, [[জগৎ (জীৱবিজ্ঞান)|ৰাজ্য]], [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]] , [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]] , [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]], [[গণ (জীবৱবিদ্যা)|গণ]] , আৰু প্ৰজাতি আদিৰ দৰে এটা '''বৰ্গীয় স্থান''', যি পৰ্ব আৰু বৰ্গ মাজত অৱস্থান কৰে ।
[[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]]ত, '''শ্ৰেণী''' ({{lang-la|classis}}) হৈছে, [[জগৎ (জীৱবিজ্ঞান)|ৰাজ্য]], [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]] , [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]] , [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]], [[গণ (জীৱবিদ্যা)|গণ]] , আৰু প্ৰজাতি আদিৰ দৰে এটা '''বৰ্গীয় স্থান''', যি পৰ্ব আৰু বৰ্গ মাজত অৱস্থান কৰে ।


==ইতিহাস ==
==ইতিহাস ==

17:06, 22 August 2014ৰ সংস্কৰণ

জীৱজগতৰ বৰ্গীকৰণ তালিকা/ শ্ৰেণী, পৰ্ব আৰু বৰ্গৰ মাজত অৱস্থান কৰে ।

জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, শ্ৰেণী (লেটিন: classis ) হৈছে, ৰাজ্য, পৰ্ব , বৰ্গ , পৰিয়াল, গণ , আৰু প্ৰজাতি আদিৰ দৰে এটা বৰ্গীয় স্থান, যি পৰ্ব আৰু বৰ্গ মাজত অৱস্থান কৰে ।

ইতিহাস

১৬৯৪ চনত, শ্ৰেণী যে এটা সুনিৰ্দিষ্ট নামেৰে সৈতে এটা বিশিষ্ট বৰ্গীয় স্থান, সেইটো ফ্ৰান্সৰ উদ্ভিদবিদ জোছেফ পিট্টন ডে টৰ্নেফৰ্টে তেওঁৰ এলিমেণ্টছ ডে বটেনিকত প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল ।

কেৰলাছ লিনিয়াছে তেওঁৰ ছিষ্টেমা নেচাৰিয়াৰ (১৭৩৫) প্ৰথম সংস্কৰণত[1]তেওঁৰ ৰাজ্য এনিমেল, ভেজিটেবিল আৰু লেপিডিয়ামক শ্ৰেণী হিচাপেহে বিভক্ত কৰিছিল । আজিকালি ব্যৱহাৰ হোৱা শ্ৰেণীবোৰৰ ভিতৰত কেৱল এনিমেল ( প্ৰাণী )ৰ ক্ষেত্ৰতহে সাদৃশ্য পৰিলক্ষিত হয় । আৰ্নষ্ট হেকেলে ১৯বিংশ শতিকাত, পৰ্বৰ ধাৰণা অৱতাৰনা নকৰালৈকে শ্ৰেণীকেই বৰ্গীকৰণৰ সৰ্বোচ্চ স্থান বুলি গন্য কৰা হৈছিল ।[2]

তথ্য সংগ্ৰহ

  1. Mayr E. (1982). The Growth of Biological Thought. Cambridge: The Belknap Press of Harvard University Press. ISBN 0-674-36446-5
  2. Collins, A.G., Valentine, J.W. (2001). "Defining phyla: evolutionary pathways to metazoan body plans." Evol. Dev. 3: 432-442.